৬ জুন
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২২ |
৬ জুন (ইংৰাজী: 6 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৭তম (অধিবৰ্ষত ১৫৮তম) দিন। বছৰ শেষ হ'বলৈ ২০৮ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৯৯৩ - চাইবেৰিয়াৰ ৪৬০জন শৰণাৰ্থীক গণহত্যা, তাৰে ভিতৰত অধিকাংশই নাৰী আৰু শিশু।
- ১৯৯৪ - কলম্বিয়াত ভয়াবহ ভূমিকম্পত ১ হাজাৰ মানুহ নিহত।
জন্ম[সম্পাদনা কৰক]
- ১৮৯০ - লোকপ্ৰিয় গোপীনাথ বৰদলৈ, অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী তথা ভাৰতৰত্ন বঁটা প্ৰাপ্ত ব্যক্তি।
- ১৯২৯ - সুনীল দত্ত, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক আৰু ৰাজনীতিবিদ। (মৃত্যু: ২০০৫)
- ১৯৭৯ - ভিতালী দাস, অসমীয়া সঙ্গীত শিল্পী। (মৃত্যু: ২১ এপ্ৰিল, ২০২১)
- ১৯৮৮ - নেহা কক্কৰ, বলিউডৰ গায়িকা।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৩২ - জেৰেমি বেন্থাম, ইংৰাজ দাৰ্শনিক, আইনবিদ আৰু সমাজ সংস্কাৰক। (জন্মঃ ১৭৪৮)
- ২০১৬ - ভিক্টৰ কৰ্চনই, চোভিয়েট ইউনিয়নৰ বিখ্যাত গ্ৰেণ্ডমাষ্টাৰ দবা খেলুৱৈ আৰু লেখক আছিলে। (জন্মঃ ১৯৩১)
দিৱস[সম্পাদনা কৰক]
- আজি ছুইডেনৰ ৰাষ্ট্ৰীয় দিৱস।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|