৫ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

৫ জানুৱাৰী (ইংৰাজী: 5 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬০টা দিন (অধিবৰ্ষত ৩৬১টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  • ১৮৩১ খৃঃ - পানামাই কলম্বিয়াৰ পৰা স্বাধীনতা লাভ কৰিছিল।
  • ১৮৯৬ খৃঃ - ৰ'য়েণ্টজেনৰ দ্বাৰা এক্স ৰে' আৱিষ্কাৰৰ প্ৰথম বাতৰি প্ৰকাশ অষ্ট্ৰিয়াৰ ৱায়েনাৰ প্ৰেছী নামৰ বাতৰি কাকত খনত।

জন্ম[সম্পাদনা কৰক]

  • ১৫৭১ খৃঃ - শ্বাহ জাহান, মোগল সম্ৰাট।
  • ১৮৬৩ খৃঃ - কণষ্টানটাইন ছাৰ্গেভেইজ ষ্টেনিস্লেৱিস্কি, বিখ্যাত ৰুছ অভিনেতা, শিক্ষক আৰু চিন্তাবিদ।

মৃত্যু[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]