৫ জানুৱাৰী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
৫ জানুৱাৰী (ইংৰাজী: 5 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬০টা দিন (অধিবৰ্ষত ৩৬১টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৮৩১ খৃঃ - পানামাই কলম্বিয়াৰ পৰা স্বাধীনতা লাভ কৰিছিল।
- ১৮৯৬ খৃঃ - ৰ'য়েণ্টজেনৰ দ্বাৰা এক্স ৰে' আৱিষ্কাৰৰ প্ৰথম বাতৰি প্ৰকাশ অষ্ট্ৰিয়াৰ ৱায়েনাৰ প্ৰেছী নামৰ বাতৰি কাকত খনত।
জন্ম[সম্পাদনা কৰক]
- ১৫৭১ খৃঃ - শ্বাহ জাহান, মোগল সম্ৰাট।
- ১৮৬৩ খৃঃ - কণষ্টানটাইন ছাৰ্গেভেইজ ষ্টেনিস্লেৱিস্কি, বিখ্যাত ৰুছ অভিনেতা, শিক্ষক আৰু চিন্তাবিদ।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৩৩ খৃঃ - কেলভিন কুলিজ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩০তম ৰাষ্ট্ৰপতি।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৫ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|