৩০ মে'
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২২ |
৩০ মে' (ইংৰাজী: 30 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫০তম (অধিবৰ্ষত ১৫১তম) দিন। বছৰ শেষ হ'বলৈ ২১৫ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৯৮৭ - গোৱাই ভাৰতৰ ২৬ তম ৰাজ্য় হিচাপে স্বীকৃতি পায়।
- ২০১৯ - শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ কৰে৷
জন্ম[সম্পাদনা কৰক]
- ১৯৫৫ - জনপ্ৰিয় বলিউডৰ অভিনেতা পৰেশ ৰাৱালৰ জন্মদিন।
- ১৯৮০ - ষ্টিভেন জেৰাড, ইংলেণ্ডৰ ফুটবল খেলুৱৈ।
মৃত্যু[সম্পাদনা কৰক]
- ১৪৩১ - জোৱান অফ আৰ্ক, এগৰাকী ফৰাচী বীৰাংগনা আৰু ৰোমান কেথ’লিক মনিষী।
- ১৭৭৮ - ভলটেয়াৰ, ফৰাচী লেখক আৰু দাৰ্শনিক।
- ১৯৬৫ - লুই ইয়েল্ম্স্লেভ, ডেনমাৰ্কৰ ভাষাবিজ্ঞানী।
- ১৯৮১ - জিয়াউৰ ৰহমান, বাংলাদেশৰ স্বাধীনতাৰ ঘোষক, ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধান আৰু বীৰ উত্তম উপাধিপ্ৰাপ্ত মুক্তিযোদ্ধা।
দিৱস[সম্পাদনা কৰক]
গোৱা মুক্তি দিৱস।
বহিঃসংযোগ[সম্পাদনা কৰক]
- বিবিচিত আজিৰ দিনটো (ইংৰাজী)
- দি নিউইয়ৰ্ক টাইমছত আজিৰ দিনটৌ (ইংৰাজী)
|