সমললৈ যাওক

৬ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

৬ মে' (ইংৰাজী: 6 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৫২৯ - বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আফগানসকল মোগল সম্ৰাট বাবৰৰ হাতত পৰাজিত হয় গংগা আৰু ঘঘৰা নদীৰ সংগমস্থলত। এই ঘটনাৰ পিছতে মোগল সম্ৰাট বাবৰ সিন্ধুৰ পৰা বিহাৰ আৰু গোৱালিয়ৰ পৰ্যন্ত এক বিশাল সাম্ৰাজ্যৰ অধিপতি হয়।
  • ১৮৪০ - বিশ্বৰ প্ৰথমটো ডাক টিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হয় ব্ৰিটেইনত। এই ডাক টিকটটো ১৮৪০ চনৰ ১০ জানুৱাৰীত প্ৰৱৰ্তন কৰা হৈছিল। টিকটো নামকৰণ কৰা হৈছিল ‘পেনি ব্লেক’।
  • ১৮৫৩ - আমেৰিকান সংবাদ-পত্ৰ ‘নিউয়ৰ্ক হেৰাল্ড’ৰ প্ৰকাশ হয়।
  • ২০২৫ - ২০২৫ ভাৰত–পাকিস্তান সংঘাত: দুসপ্তাহ পূৰ্বে সংঘটিত হোৱা ২০২৫ পেহালগাম আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ভাৰতৰদ্বাৰা পাকিস্তান আৰু পাকিস্তান-প্ৰশাসিত কাশ্মীৰৰ ভিতৰত একাধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ।[1]
  • ১৯৪৯ - মৰি মেটাৰলংক, বেলজিয়ামৰ ফৰাচী ভাষাৰ নাট্যকাৰ তথা কবি। ‘দা ব্লু বাৰ্ড’ (১৯০৮) তেওঁৰ প্ৰসিদ্ধ ৰচনা। ‘নীলা চৰাই’ নামেৰে এইখন অসমীয়ালৈও অনূদিত হৈছে। ১৯১১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯৫২ - মাৰিয়া মণ্টেছৰী, ইটালিয়ান স্বাস্থ্যবিদ আৰু শিক্ষাবিদ।
  • ১৯৯২ - মাৰ্লিন ডিট্ৰিস, জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা।
  • ২০০২ - শান্তা গান্ধী, ভাৰতীয় নাট পৰিচালক, নৃত্যশিল্পী আৰু নাট্যকাৰ।
  • আন্তঃৰাষ্ট্ৰীয় নো ডায়েট দিৱস
  • শ্বহীদ দিৱস (লেবানন আৰু ছিৰিয়া)
  • আজুলেজো দিৱস (পৰ্তুগাল)[2]
  • হিদিৰেলেজৰ প্ৰথম দিন (তুৰস্ক)

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]