২৮ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

২৮ নৱেম্বৰ (ইংৰাজী 28 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩২ তম (অধিবৰ্ষত ৩৩৩ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হৈছে-

জন্ম[সম্পাদনা কৰক]

  1. ১৮৬৭ চনৰ আজিৰ দিনটোত অসমীয়া সাহিত্য জগতত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা সাহিত্যিক "প্ৰতিমাৰ খনিকৰ" চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল।

মৃত্যু[সম্পাদনা কৰক]

অন্যান্য[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]