৯ জানুৱাৰী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
৯ জানুৱাৰী (ইংৰাজী: 9 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৬টা দিন (অধিবৰ্ষত ৩৫৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
অন্যান্য[সম্পাদনা কৰক]
- ১৯১৫ খৃঃ - জাতিৰ পিতা মহাত্মা গান্ধীৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন।
- ১৯৫১ খৃঃ - ৰাষ্ট্ৰসংঘৰ নিউ য়ৰ্ক স্থিত কাৰ্য্যালয়ৰ মুকলি।
জন্ম[সম্পাদনা কৰক]
- ১৯২২ খৃঃ - হৰগোবিন্দ খোৰানা, ভাৰতীয় বংশোদ্ভৱ নোবেল বটা বিজয়ী প্ৰখ্যাত চিকিৎসা বিজ্ঞানী।
- ১৯৭৪ খৃঃ - ফাৰহান আখতাৰ, বলীউদ গায়ক, অভিনেতা তথা চিত্ৰ নিৰ্মাতা।
- ২০০০ চনৰ আজিৰ দিনটোতে দৌৰবিদ হিমা দাসৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৯ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|