১৯ ফেব্ৰুৱাৰী
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ||||
২০২৩ |
১৯ ফেব্ৰুৱাৰী (ইংৰাজী: 19 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫০তম (অধিবৰ্ষত ৫১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৫টা দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]
জন্ম[সম্পাদনা কৰক]
- ১৬৩০ – ছত্ৰপতি শিৱাজী মহাৰাজ, ভাৰতীয় যোদ্ধা ৰজা।
- ১৬৬০ – ফ্ৰীডৰীখ হফমান, জাৰ্মান পদাৰ্থবিদ আৰু ৰসায়নবিদ।
মৃত্যু[সম্পাদনা কৰক]
- ১৯১৫ – গোপাল কৃষ্ণ গোখলে, ভাৰতীয় দাৰ্শনিক তথা ৰাজনীতিবিদ।
- ২০১৬ – হাৰ্পাৰ লী, আমেৰিকান লেখক।
- বিশিষ্ট অসমীয়া বিজ্ঞানী গুৰুপ্ৰসাদ দাসৰ মৃত্যু । সৰুৰে পৰাই উদ্ভাৱনী চিন্তাৰে নিজৰ বিশেষ প্ৰতিভাৰ পৰিচয় দিয়া গুৰুপ্ৰসাদ দাসে ব্ৰিটিছ চৰকাৰে আগবঢ়োৱা সুবিধাৰে মেকানিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰী লৈ সেইসময়ত প্ৰচলিত ৰে'লৰ ভাপ ইঞ্জিনৰ হিট মিটাৰ নামৰ যন্ত্ৰটো আৱিষ্কাৰ কৰে । ১৯৩০ চনত তেওঁ ৰে'লগাড়ীৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰে । গুৰুপ্ৰসাদৰ নাম অনুসৰি আজিও এই ব্ৰেক জিপি ভেকুৱাম ব্ৰেক নামেৰে জনাজাত । এনে কৃতিত্বৰ বাবে তেওঁক এছ'চিয়েটেড মেম্বাৰ অব ইনষ্টিটিউট অব মেকানিকেল ইঞ্জিনীয়াৰ্ছ সন্মান প্ৰদান কৰা হয় ।
দিৱস[সম্পাদনা কৰক]
- শিৱাজী জয়ন্তী, (মহাৰাষ্ট্ৰ, ভাৰত)