১০ ফেব্ৰুৱাৰী
অৱয়ব
| ফেব্ৰুৱাৰী | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ||||||
| ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
| ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
| ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
| ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | |
| ২০২৫ | ||||||
১০ ফেব্ৰুৱাৰী (ইংৰাজী: 10 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৪টা দিন (অধিবৰ্ষত ৩২৫ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটন
[সম্পাদনা কৰক]- ১২৫৮ – মোগলসকলে বাগদাদ আক্ৰমণ কৰে আৰু আবাছিড খালিফাত ধ্বংস কৰে।
- ২০১৩ – কুম্ভ মেলাৰ সময়ত ভাৰতৰ এলাহবাদত সংঘটিত এক হত্যাকাণ্ডত ৩৬জন লোক নিহত আৰু ৩৯জন লোক আহত হয়।
1993-মিয়া খলিফা, মহান পৰ্ণ ষ্টাৰ জন্ম হয়
মৃত্যু
[সম্পাদনা কৰক]- ২০০১ - নিৰোদ চৌধুৰী, অসমীয়া সাহিত্যিক আৰু সাংবাদিক।
- ২০১৬ - ফাটিমা সূৰযা বাজিয়া, ভাৰতীয়-পাকিস্তানী সাহিত্যিক তথ্য নাট্যকাৰ
দিৱস
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
| ||||||||||||||||||||||||||||||||||||||||||||