২৭ জানুৱাৰী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ৩১ | |||||
২০২২ |
২৭ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭তম দিন। বছৰ শেষ হ'বলৈ ৩৩৮ দিন (অধিবৰ্ষত ৩৩৯ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]
- ২০০২ - নাইজেৰিয়াৰ লেগ'ছ চহৰত সামৰিক স্থাপনাৰ বিস্ফোৰণত ১,১০০জন নিহত আৰু প্ৰায় ২০,০০০ লোক গৃহহাৰা হয়।
- ২০০৬ - ৱেষ্টাৰ্ণ ইউনিয়ন, টেলিগ্ৰাফি আৰু বাণিজ্যিক মেছেজিং সেৱা বন্ধ কৰি দিয়া হয়।
জন্ম[সম্পাদনা কৰক]
- ১৭৫৬ - ভোল্ফগাং আমাদেউস মোৎসাৰ্ট, অষ্ট্ৰিয়া দেশৰ সুৰকাৰ।
- ১৭৮২ - তিতুমীৰ, এজন বিট্ৰিছ বিৰোধী বিপ্লবী।
- ১৯০৫ - আবুল হাছিম, ভাৰত উপমহাদেশৰ প্ৰখ্যাত বঙালী ৰাজনীতিবিদ।
- ১৯৩৪ - এডিট ক্ৰছ, ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী।
মৃত্যু[সম্পাদনা কৰক]
- ১৮১৪ - ইয়োহান গটলিব ফিকটে, এজন জাৰ্মান দাৰ্শনিক।
- ১৮৬০ - ইয়ানোছ বলিঅ'ই, হাঙ্গেৰীৰ গণিতবিদ।
- ১৯০১ - জুছেপ্পে ভেৰ্দি, ইটালীয়ান সুৰকাৰ।
- ১৯১৭ - নবাব ৱাকাৰ-উল-মুলক মৌলভী, নিখিল ভাৰত মুছলিম লীগৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক।
- ১৯৫৫ - অসমৰ এজন লেখক, শিক্ষাবিদ, অভিনেতা আৰু ১৯৩৩ চনৰ উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্দশ অধিবেশনৰ সভাপতিত্ব কৰা জ্ঞানদাভিৰাম বৰুৱাৰ মৃত্যু হৈছিল আজিৰ দিনটোতে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- বিবিচি: আজিৰ দিনটো (ইংৰাজী)
- দি নিউইৰ্ক টাইমছ্: আজিৰ দিনটো (ইংৰাজী)
|