সমললৈ যাওক

২৮ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১
১২১৩১৪১৫১৬১৭১৮
১৯২০২১২২২৩২৪২৫
২৬২৭২৮২৯৩০  

২৮ এপ্ৰিল (ইংৰাজী: 28 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৮তম (অধিবৰ্ষত ১১৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৭টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৩৬ - ওড়িয়া ভাষাৰ প্ৰথম কথাছবি সীতা বিবাহ পুৰীৰ লক্ষ্মী চিনেমা হলত মুক্তি লাভ কৰিছিল।
  • ২০২৫ভাৰতে ফ্ৰান্সৰ সৈতে ২৬খন ৰাফাল যুদ্ধবিমান কিনিবলৈ $৭.৪ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ কৰে।[1]
  • ১৮৮৩ - জন ৰাছেল, ইংৰাজ চিকাৰী।
  • ১৯৪৫ - বেনিতো মুছোলিনি, দ্বিতীয় মহাযুদ্ধৰ সময়ত ইটালীৰ সৰ্বাধিনায়ক। (জন্ম: ১৮৮৩)
  • ২০২১ - মাইকেল কলিন্স, আমেৰিকান মহাকাশচাৰী।
  • ছাৰ্ডিনিয়া দিৱস (ছাৰ্ডিনিয়া)
  • ৰাষ্ট্ৰীয় বীৰ দিৱস (বাৰ্বাডোচ)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]