২৫ জুন
অৱয়ব
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৫ |
২৫ জুন (ইংৰাজী: 25 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৬তম (অধিবৰ্ষত ১৭৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৯টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯৩২ - ভাৰত আৰু ইংলেণ্ডৰ মাজত সৰ্বপ্ৰথম টেষ্ট ক্ৰিকেট খেল আৰম্ভ হয়।
- ১৯৭৫ - পৰ্তুগালৰ পৰা মোজাম্বিকে স্বাধীনতা লাভ কৰে।
- ১৯৭৫ - ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল।
- ১৯৭৮ - নেদাৰলেণ্ডখ (৩-১ গলত) পৰাজিত কৰি আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবলত জয়ী হয়।
- ১৯৯১ - ক্ৰোয়েছিয়া আৰু স্লোভেনিয়া যুগোস্লাভিয়াৰ পৰা বাহিৰ হৈ স্বাধীনতা লাভ কৰে।
জন্ম
[সম্পাদনা কৰক]- ১৯০৮ - সুচেতা কৃপলানী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু ৰাজনৈতিক ব্যক্তি। (মৃত্যু: ১ ডিচেম্বৰ, ১৯৭৪)
- ১৯১২ - বনিলী খ’ঙমেন, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯২০ - শকুন্তলা চৌধুৰী, গান্ধীবাদী ভাৰতীয় সমাজ কৰ্মী।
- ১৯৩১ - বিশ্বনাথ প্ৰতাপ সিং, এজন ভাৰতীয় ৰাজনীতিবিদ তথা অষ্টম প্ৰধানমন্ত্ৰী। (মৃত্যু: ২৭ নৱেম্বৰ, ২০০৮)
- ১৯৩৭ - পৰৱাই মুন্নিয়াম্মা, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
- ১৯৭৪ - কৰিশ্মা কাপুৰ, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯২২ - সত্যেন্দ্ৰনাথ দত্ত, ভাৰতীয় কবি।
- ২০০৯ - মাইকেল জেকচন, মাৰ্কিন সঙ্গীত শিল্পী আৰু সঙ্গীত ব্যৱসায়ী।
- ২০১১ - সৌৰভ কুমাৰ চলিহা, অসমীয়া সাহিত্যক, গল্পকাৰ।
দিৱস
[সম্পাদনা কৰক]- শিক্ষক দিৱস (গুৱাটেমালা)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ২৫ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|