২৯ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

২৯ ফেব্ৰুৱাৰী (ইংৰাজী: 29 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জীঅধিবৰ্ষত ৬০তম দিন। বছৰ শেষ হ'বলৈ ৩০৬ দিন বাকী থাকে। ফেব্ৰুৱাৰী মাহ সাধাৰণতে ২৮ দিনীয়া হয় যদিও প্ৰতি ৪ বছৰৰ মূৰে মূৰে এই মাহ ২৯ দিনীয়া হয়। তেতিয়া ইয়াক লিপ ইয়েৰ বা অধিবৰ্ষ বুলি কোৱা হয়।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯২০ - হাঙ্গেৰীত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৫৬ - পাকিস্তানৰ সংবিধান গৃহীত হয়। দেশখনক ইছলামিক গণতন্ত্ৰৰূপে ঘোষণা কৰা হয় আজিৰ দিনটোতে।

জন্ম[সম্পাদনা কৰক]

  • ১৮৯২ - আগষ্টা ছেভেজ, আমেৰিকাল ভাস্ক্যৰ্য শিল্পী।
  • ১৮৯৬ - মোৰাৰজী দেশাই, ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী।
  • ১৯০৪ - ৰুক্মিণী দেৱী অৰুণ্ডেল, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক।
  • ১৯৮৪ - ডাৰেন এমব্ৰ’ছ, ইংৰাজ ফুটবলাৰ।
  • ১৯৮৮ - মুনমী ফুকন, অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৬৪ - ফ্ৰেংক এলবাৰ্টছন, আমেৰিকান অভিনেতা।
  • ২০০৮ - ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ, অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ।
  • ২০১২ - পি. কে. নাৰায়ণ পানিকৰ, ভাৰতীয় সমাজকৰ্মী।

দিৱস[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]