২২ অক্টোবৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
২২ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৯৫ তম (অধিবৰ্ষত ২৯৬ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭০টা দিন বাকী থাকে।
ঘটনাপঞ্জী[সম্পাদনা কৰক]
- ১৭৬৪ - বংগ আৰু বিহাৰত নবাবৰ শাসন অন্ত, ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ।
- ১৭৬৪ - বক্সাৰ যুদ্ধ আৰু ইংৰাজৰ বিহাৰ অধিকাৰ।
- ১৮৭৯ – ৰাৰ্বনাইজড সূত্ৰৰ ফিলামেণ্ট ব্যৱহাৰ কৰি টমাছ আলভা এডিছনৰ দ্বাৰা প্ৰথম বৈদ্যুতিক বাল্বৰ ব্যৱহাৰিক পৰীক্ষণ।
- ১৯৩৮ - পদাৰ্থ বিজ্ঞানী ছেষ্টাৰ কাৰ্লছনৰ দ্বাৰা জেৰৌগ্ৰাফী বা জেৰক্স মেচিন নিৰ্মাণত ব্যৱহৃত " ইলেক্ট্ৰোফটোগ্ৰাফ " নামৰ এক পদ্ধতিৰ আৱিষ্কাৰ।
- ১৯৪৭ - কাশ্মীৰ ভাৰতৰ অন্তৰ্ভুক্ত হয়।
- ১৯৬২ - ভাৰতৰ ভাক্ৰা নাংগল বহুমুখী নদী উপত্যকা প্ৰকল্প ৰাষ্ট্ৰৰ উদ্দেশ্যে উছৰ্গা।
- ১৯৬৬ - ছোভিয়েট ইউনিয়নে লুনা -১২ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন।
- ১৯৬৮ – পৃথিৱীক ১৬৩ বাৰ পৰিভ্ৰমণ কৰাৰ পাছত এপল ৭ সফলতাৰে আট্লাণ্টিক মহাসাগৰত অৱতৰণ।
- ১৯৯৪ - শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জামিনি দেশনায়ক আৰু আন ৬০ জন লোক এক বোমা বিস্ফোৰণত নিহত হয়।
- ১৯৯৯ - ব'ফৰ্ছ মোকৰ্দমাৰ চাৰ্জশ্বীট দাখিল , ৰাজীৱ গান্ধী সহ আন চাৰিজন অভিযুক্ত।
- ১৯৯৯ - লোকসভাৰ অধ্যক্ষ ৰূপে জি এম চি বালাযোগী নিৰ্বাচিত।
- ২০০১ - আফগানিস্তানৰ এক চিকিৎসালয়ত আমেৰিকান বোমা দিয়াৰ ফলত ১০০ জন জনলোকৰ মৃত্যু।
- ২০০৩ - চনৰ আজিৰ দিনটোতে ফিফাৰ ৰেংকিংত ব্ৰাজিলৰ বিশ্ব ফুটবলত শীৰ্ষ স্থান অধিকাৰ।
- ২০০৮ – ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান - ১ ৰ উৎক্ষেপন।
জন্ম[সম্পাদনা কৰক]
- ১৯০০ - আশফাকুল্লা খান ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী আৰু হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচনৰ সহ-প্ৰতিষ্ঠাপক আছিল।
- ১৯৩৪ - ভৃগুমুনি কাগয়ুং; অসমীয়া সাহিত্যিক
- ১৮৪৪ - ছাৰা বাৰ্নহাৰ্ট; ফৰাচী অভিনেত্ৰী
- ১৮৭৩ - ৰাম তীৰ্থ; ভাৰতীয় দাৰ্শনিক
- ১৯৭৫ - আনল্ড যোছেফ টয়নবিৰ; ইংৰাজ ইতিহাসবিদ
- ১৯৮৮ - পৰীনিতা চোপ্ৰা, মোহময়ী অভিনেত্ৰী।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৫৮ - জীবনানন্দ দাস, বাংলা কবি
- ১৯৮২ - ৰিছাৰ্ড হ'গ, আমেৰিকান কবি, প্ৰবন্ধলেখক, আৰু শিক্ষক
- ২০১৪ - অশোক কুমাৰ, ভাৰতীয় চিত্ৰ পৰিচালক
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২২ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|