২৮ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

২৮ ফেব্ৰুৱাৰী (ইংৰাজী: 28 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৬টা দিন (অধিবৰ্ষত ৩০৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯২৮ - ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট ৰামনে ৰমন পৰিঘটনাৰ আৱিষ্কাৰ কৰিছিল।
  • ১৯৫৩ - জীৱবিজ্ঞানী ৱাটছন আৰু ক্ৰিকৰ দ্বাৰা "ডি.এন.এ."ৰ "দ্বৈত হেলিক্স" গাঠনিৰ আৱিষ্কাৰৰ কথা আনুষ্ঠানিক ঘোষণা।

জন্ম[সম্পাদনা কৰক]

  • ১৯৪৪ - ৰবীন্দ্ৰ জৈন, ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ, নেপথ্য কণ্ঠশিল্পী।
  • ১৯৪৮ - বিনেশ্বৰ ব্ৰহ্ম, অসমীয়া সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]