২৮ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮  

২৮ ফেব্ৰুৱাৰী (ইংৰাজী28 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৯ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৭টা দিন (অধিবৰ্ষত ৩০৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  1. ১৯৫৩ খৃ: - জীৱবিজ্ঞানী ৱাটছন আৰু ক্ৰিকৰ দ্বাৰা "ডি.এন.এ."ৰ "দ্বৈত হেলিক্স" গাঠনিৰ আৱিষ্কাৰৰ কথা আনুষ্ঠানিক ঘোষণা।

জন্ম[সম্পাদনা কৰক]

  1. ১৯০১ খৃ: - লিনাচ পাউলিং, ন'বেল বিজয়ী বিখ্যাত আমেৰিকান ৰাসায়নিক বিজ্ঞানী।

দিৱস[সম্পাদনা কৰক]

  1. আজি ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]