৩০ অক্টোবৰ
অৱয়ব
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৪ |
৩০ অক্টোবৰ (ইংৰাজী: 30 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০৩তম (অধিবৰ্ষত ৩০৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬২টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]জন্ম
[সম্পাদনা কৰক]- ১৯৫১ - দীপক ধৰ, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
- ১৯৬০ - ডিয়েগ' মাৰাড'না, আৰ্জেণ্টিনীয় ফুটবল মেনেজাৰ, প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈ।
- ১৯৬১ - ডিমিট্ৰি আন্দ্ৰেয়েভিচ মুৰাটভ, ৰাছিয়ান সাংবাদিক।
- ১৯৬২ - বি. ভি. নাগৰত্না, ভাৰতীয় ন্যায়াধীশ।
- ১৯৬৫ - মৃণাল কান্তি দাস, অসমীয়া চিত্ৰগ্ৰহণকাৰী আৰু চলচ্চিত্ৰ পৰিচালক।
- ১৯৭০ - ভূপেন বৰা, অসমৰ ৰাজনীতিবিদ।
- ১৮৮৫ - এজৰা পাউণ্ড, এগৰাকী আমেৰিকান কবি আৰু সমালোচক।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৮৩ - দয়ানন্দ সৰস্বতী, ভাৰতীয় দাৰ্শনিক, সামাজিক নেতা আৰু সংস্কাৰমুখী আন্দোলন আৰ্য সমাজৰ প্ৰতিষ্ঠাতা।
- ১৯২৯ - নৰ্মান গিলবাৰ্ট প্ৰিচাৰ্ড, ব্ৰিটিছ-ভাৰতীয় খেলুৱৈ আৰু অভিনেতা।
- ১৯৭৪ - বেগম আখটাৰ, ভাৰতীয় কণ্ঠশিল্পী তথা অভিনেত্ৰী।
দিৱস
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ৩০ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|