১২ এপ্ৰিল
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৩ |
১২ এপ্ৰিল (ইংৰাজী: 12 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০২তম (অধিবৰ্ষত ১০৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৩টা দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৯১৯ - ৰাওলাট আইনৰ প্ৰতিবাদত কলকাতা, লাহোৰ, বোম্বাই আৰু অমৃতসৰত বিক্ষোভ আৰম্ভ হয়।
- ১৯৬১ - বিশ্বৰ প্ৰথম মহাকাশচাৰী য়ুৰি গেগেৰিনে মহাশূন্যত পদাৰ্পণ কৰে।
জন্ম[সম্পাদনা কৰক]
- ১৪৮৪ - সংগ্ৰাম সিং, মেৱাৰৰ ৰাণা।
- ১৮০৭ - ইলাইজা হুইট্নি ব্ৰাউন, আমেৰিকান লেখিকা।
- ১৯১৭ - বিনু মানকড়, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৪৩ - সুমিত্ৰা মহাজন, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৫০ - মনীষা হাজৰিকা, অসমীয়া কণ্ঠশিল্পী।
- ১৯৫৫ - গিলবাৰ্টছন চাংমা, ভাৰতীয় ফুটবলাৰ।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৯২ - লম্বোদৰ বৰা, অসমীয়া লেখক।
- ১৯৬২ - মোক্ষগুণ্ডম বিশ্বেশ্বৰায়, ভাৰতীয় অভিযন্তা, বিদ্বান আৰু লোকনায়ক।
- ২০১০ - ৰবীন্দ্ৰনাথ উপাধ্যায়, ভাৰতীয় গান্ধীবাদী সমাজ সেৱক।
দিৱস[সম্পাদনা কৰক]
- শিশু দিৱস (বলিভিয়া)
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১২ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|