২১ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

২১ নৱেম্বৰ (ইংৰাজী21 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২৫ তম (অধিবৰ্ষত ৩২৬ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা ৪০ দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  1. ১৯৬৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সূচনা কৰা হয়৷[1]
  1. ২০০৪ চনৰ আজিৰ দিনটোত দিছপুৰঅসমৰ স্থায়ী ৰাজধানী উদ্ধোধন কৰা হয়৷[1]

জন্ম[সম্পাদনা কৰক]

  1. ১৬৯৪ চনৰ আজিৰ দিনটোত ফৰাচী দাৰ্শনিক ভল্টেয়াৰৰ জন্ম হৈছিল৷[1]
  2. ১৮৯৭ চনৰ আজিৰ দিনটোত সাহিত্যিক নিৰোদ চি চৌধুৰীৰ জন্ম হৈছিল৷[1]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]