২১ নৱেম্বৰ
Jump to navigation
Jump to search
২১ নৱেম্বৰ (ইংৰাজী: 21 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২৫ তম (অধিবৰ্ষত ৩২৬ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা ৪০ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
জন্ম[সম্পাদনা কৰক]
- ১৬৯৪ চনৰ আজিৰ দিনটোত ফৰাচী দাৰ্শনিক ভল্টেয়াৰৰ জন্ম হৈছিল।[1]
- ১৮৯৭ চনৰ আজিৰ দিনটোত সাহিত্যিক নিৰোদ চি চৌধুৰীৰ জন্ম হৈছিল।[1]
মৃত্যু[সম্পাদনা কৰক]
দিৱস[সম্পাদনা কৰক]
- আজি বিশ্ব দূৰদৰ্শন দিৱস।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২১ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|