৮ মে'
Jump to navigation
Jump to search
জন্ম[সম্পাদনা কৰক]
- ১৯৫০ চনত পূৰবী বৰমুদৈৰ জন্ম হয়। তেখেত অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক।
- ১৮২৮ ৰেড ক্ৰছৰ জন্মদাতা হেনৰী ডুনাণ্টৰ জেনেভাত জন্ম হয় আজিৰ দিনটোত।
- ১৯৩০ চনৰ আজিৰ দিনটোতেই গেৰী স্নাইডাৰৰ জন্ম হয়। তেখেত এজন বিখ্যাত আমেৰিকান কবি, প্ৰবন্ধকাৰ, বক্তা, আৰু পৰিবেশ কৰ্মী।
মৃত্যু[সম্পাদনা কৰক]
১৭৯৪ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী এণ্টোইন লৰেণ্ট লেভয়ছিয়াৰৰ মৃত্যু হয়।
অনান্য[সম্পাদনা কৰক]
- আজিৰ দিনটোত ভাৰতৰ ৰে’ল শ্ৰমিকৰ ঐতিহাসিক ধৰ্মগত আৰম্ভ হয়।
- আজি ৰেডক্ৰছ দিৱস।
- ১৯৪৫ আজিৰ দিনটোত চনত মিত্ৰশক্তিৰ ওচৰত জাৰ্মনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।
- ১৯৯৬ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাত বৰ্ণ-বৈষম্যহীন সংবিধান প্ৰৱৰ্তন কৰা হয়।
|