৮ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১০ ১১ ১২ ১৩  ১৪  ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

৮ মে' (ইংৰাজী: 8 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰ শেষ হ'বলৈ ২৪২ দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  1. ১৯৪৫ আজিৰ দিনটোত চনত মিত্ৰশক্তিৰ ওচৰত জাৰ্মনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।
  2. ১৯৯৬ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাত বৰ্ণ-বৈষম্যহীন সংবিধান প্ৰৱৰ্তন কৰা হয়।

জন্ম[সম্পাদনা কৰক]

  1. ১৮২৮ চনৰ আজিৰ দিনটোত ৰেড ক্ৰছৰ জন্মদাতা হেনৰী ডুনাণ্টৰ জেনেভাত জন্ম হয়।
  2. ১৯৩০ চনৰ আজিৰ দিনটোত গেৰী স্নাইডাৰৰ জন্ম হয়। তেখেত এজন বিখ্যাত আমেৰিকান কবি, প্ৰবন্ধকাৰ, বক্তা, আৰু পৰিবেশ কৰ্মী।
  3. ১৯৫০ চনৰ আজিৰ দিনটোত পূৰবী বৰমুদৈৰ জন্ম হয়। তেখেত অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৭৯৪ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী এণ্টোইন লৰেণ্ট লেভয়ছিয়াৰৰ মৃত্যু হয়।

দিৱস[সম্পাদনা কৰক]

  1. আজি ৰেডক্ৰছ দিৱস।