২৭ ডিচেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
২৭ ডিচেম্বৰ (ইংৰাজী: 27 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬১ তম (অধিবৰ্ষত ৩৬২ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৮৩১ চনৰ আজিৰ দিনটোত চাৰ্লছ ডাৰউইনে এইচ. এম. এছ. বিগল নামৰ জাহাজখনত উঠি নিজৰ বিশ্ব বিখ্যাত প্ৰশান্ত মহাসাগৰৰ যাত্ৰা আৰম্ভ কৰিছিল।
- ১৯৪৫ চনৰ আজিৰ দিনটোত বিশ্ব বেংকৰ প্ৰতিষ্ঠা হৈছিল।
- ১৯১৭ চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল।
জন্ম[সম্পাদনা কৰক]
- ১৫৭১ চনৰ আজিৰ দিনটোত প্ৰখ্যাত জাৰ্মান জ্যোতিৰ্বিদ জোহানচ কেপলাৰৰ জন্ম হৈছিল।
- ফ্ৰান্সৰ জীৱবিজ্ঞানী লুইচ পেচিয়াৰৰ ১৮২২ চনৰ আজিৰ দিনটোত জন্ম হৈছিল।
- ১৭৯৭ চনৰ আজিৰ দিনটোত কবি মিৰ্জা গালিবৰ জন্ম হৈছিল।
- ১৯৬৫ চনৰ আজিৰ দিনটোত অভিনেতা ছলমান খানৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে ২০০২ চনৰ আজিৰ দিনটোত ইহলীলা সম্বৰণ কৰিছিল।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৭ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|