২২ জানুৱাৰী
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২৩ |
২২ জানুৱাৰী (ইংৰাজী: 22 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬টা দিন (অধিবৰ্ষত ৩৪৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজি[সম্পাদনা কৰক]
- ১৯৬৩ - দৃষ্টিহীনসকলৰ বাবে জাতীয় গ্ৰন্থাগাৰ প্ৰতিষ্ঠা কৰা হয়।
২২ জানু
জন্ম[সম্পাদনা কৰক]
- ১৫৬১ - ফ্ৰান্সিছ বেকন ইংৰাজ সাহিত্যিক।
- ১৭৪৭ - টিমথী ডেক্সটাৰ, আমেৰিকান ব্যৱসায়ী।
- ১৭৮৮ - বায়ৰন, ইংৰাজ কবি। তেওঁৰ সম্পূৰ্ণ নাম জৰ্জ গৰ্ডন।
- ১৮৭৭ - দেশভক্ত তৰুণৰাম ফুকন, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯০৮ - লে'ভ লাণ্ডাউ, ছ'ভিয়েট পদাৰ্থ বিজ্ঞানী।
- ১৯২৭ - নিপ বৰুৱা, অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা।
- ১৯৪৯ - মাণিক চৰকাৰ, ভাৰতীয় ৰাজনীতিবিদ তথা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
মৃত্যু[সম্পাদনা কৰক]
- ১৬৬৬ - শ্বাহজাহান, মোগল সম্ৰাট।
- ১৯০১ - ৰাণী ভিক্টোৰিয়া, ইংলেণ্ডৰ ৰাণী।
- ১৯৯৬ - দুৰ্গেশ্বৰ বৰঠাকুৰ, নাট্যকাৰ, অভিনেতা আৰু অসমীয়া চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ।
দিৱস[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২১ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|