১ ছেপ্টেম্বৰ
Jump to navigation
Jump to search
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২১ |
১ ছেপ্টেম্বৰ (ইংৰাজী: 1 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৪তম (অধিবৰ্ষত ২৪৫তম) দিন। বছৰ শেষ হ'বলৈ ১২১ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম[সম্পাদনা কৰক]
- ১৯৪০ - ভাৰতীয় সাহিত্যিক তথা শিক্ষাবিদ কামেশ্বৰ ব্ৰহ্মৰ জন্ম হৈছিল।
- ১৯৫৭ - ভাৰতীয় মানৱধিকাৰ আৰু পশু অধিকাৰ কৰ্মী অঞ্জলী গোপালনৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
অন্যান্য[সম্পাদনা কৰক]
- ১৯৮৫ চনৰ এই দিনটোতে সমুদ্ৰপৃষ্ঠত নিৰুদ্দিষ্ট টাইটানিক জাহাজৰ ছবি ৭৩ বছৰ পিছত পোহৰলৈ আহিছিল।
- ১৯৫৬ চনৰ এই তাৰিখৰ পৰাই ভাৰতীয় জীৱন বীমা নিগমৰ কাম কাজ আৰম্ভ কৰা হৈছিল।
|