সমললৈ যাওক

১৩ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

১৩ ছেপ্টেম্বৰ (ইংৰাজী: 13 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৬তম (অধিবৰ্ষত ২৫৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৯টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ৮১ - টাইটাছ, ৰোমান সম্ৰাট।
  • ১৯২৯ - যতীন্দ্ৰ নাথ দাস, স্বাধীনতা সংগ্ৰামী, লাহোৰৰ জেলত ( ব্ৰিটিছ ভাৰত) ৬৩ দিন অনশন কৰি ছহীদ হয়।
  • ১৯৪৯ - আগষ্ট ক্ৰগ, ডেনমাৰ্কৰ জীৱ বিজ্ঞানী।
  • ১৯৭১ - লিন পিয়াও, চীনৰ সামৰিক বাহিনীৰ প্ৰধান তথা চীনৰ কমিউনিষ্ট পাৰ্টীৰ বিশিষ্ট নেতা আছিল। বিমান দুৰ্ঘটনাত মৃত্যু হয়।
  • ১৯৯৫ - মহেশ্বৰ নেওগ, অসমীয়া সাহিত্য জগতৰ প্ৰসিদ্ধ সাহিত্যিক।
  • অভিযন্তা দিৱস (মৰিছাছ)।
  • সন্ত্ৰাসবাদ বিৰোধী দিৱস।
  • আন্তঃৰাষ্ট্ৰীয় চকলেট দিৱস।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]