১৮ ফেব্ৰুৱাৰী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | |||||
২০২২ |
১৮ ফেব্ৰুৱাৰী (ইংৰাজী: 18 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৪৯তম (অধিবৰ্ষত ৫০তম) দিন। বছৰ শেষ হ'বলৈ ৩১৬ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]
১) ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ দিনা অসমৰ নগাঁও জিলাৰ নেলীত সংঘটিত হোৱা ছঘণ্টা জুৰি চলা নেলীৰ হত্যাকাণ্ডত মুঠ ২,১৯১ জন লোকৰ প্ৰাণ হানি হৈছিল(বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় ১০,০০০)।
জন্ম[সম্পাদনা কৰক]
- ১৯৪৭- বিজু ফুকন, অসমীয়া ছবিজগতৰ বিশিষ্ট অভিনেতা।
- বিশিষ্ট সাহিত্যিক হিতেশ ডেকাৰ ওপজা দিন । একাধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ হিতেশ ডেকাই ১৯৯৫ চনত সৰ্থেবাৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল । আজিৰ মানুহ, ভাৰাঘৰ, এয়েতো জীৱন, আচল মানুহ আদি তেওঁৰ জনপ্ৰিয় উপন্যাসমূহৰ ভিতৰত অন্যতম ।