১৮ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮  

১৮ ফেব্ৰুৱাৰী (ইংৰাজী: 18 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৪৯তম (অধিবৰ্ষত ৫০তম) দিন। বছৰ শেষ হ'বলৈ ৩১৬ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]

১) ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ দিনা অসমৰ নগাঁও জিলাৰ নেলীত সংঘটিত হোৱা ছঘণ্টা জুৰি চলা নেলীৰ হত্যাকাণ্ডত মুঠ ২,১৯১ জন লোকৰ প্ৰাণ হানি হৈছিল(বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় ১০,০০০)।

জন্ম[সম্পাদনা কৰক]

  • ১৯৪৭- বিজু ফুকন, অসমীয়া ছবিজগতৰ বিশিষ্ট অভিনেতা।
  • বিশিষ্ট সাহিত্যিক হিতেশ ডেকাৰ ওপজা দিন । একাধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ হিতেশ ডেকাই ১৯৯৫ চনত সৰ্থেবাৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল । আজিৰ মানুহ, ভাৰাঘৰ, এয়েতো জীৱন, আচল মানুহ আদি তেওঁৰ জনপ্ৰিয় উপন্যাসমূহৰ ভিতৰত অন্যতম ।

মৃত্যু[সম্পাদনা কৰক]

অন্যান্য[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]