৩ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০  

৩ জুন (ইংৰাজী: 3 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৪তম (অধিবৰ্ষত ১৫৫তম) দিন। বছৰ শেষ হ'বলৈ ২১১ দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯১৫ - ইংৰাজ চৰকাৰে কবিগুৰু ৰবীন্দ্ৰনাথক ‘নাইট’ উপাধি প্ৰদান কৰে।
  • ১৯৩৬ - অবিভক্ত ভাৰতৰ চিভিলিয়ান ৰেডিঅ'ৰ নাম পৰিৱৰ্তন কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হৈছিল।
  • ১৯৪০ - চিংগাপুৰে ইংৰাজ শাসনৰ পৰা স্বাধীনতা লাভ কৰে।

জন্ম[সম্পাদনা কৰক]

  • ১৭২৩ - জিঅ'ভান্নি এণ্ট'নিঅ' স্কোপ'লি, অষ্ট্ৰিয়াৰ চিকিৎসক আৰু প্ৰকৃতিবিদ। (মৃত্যুঃ ১৭৮৮)
  • ১৯৮৬ - ৰাফেল নাডাল, স্পেইনৰ বিখ্য়াত টেনিছ খেলুৱৈ।
  • ১৯৯২ - মাৰিঅ' গ'টজে, জাৰ্মান ফুটবলাৰ, ২০১৪ চনৰ বিশ্বকাপ ফুটবল ফাইনেলৰ একমাত্ৰ গ'ল দাতা।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৬৩ - নাজিম হিকমত, তুৰ্কি কবি আৰু লেখক। (জন্ম: ১৯০২)
  • ১৯৭১ - উপেন্দ্ৰচন্দ্ৰ লেখাৰু, সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ আৰু অধ্যাপক আছিল।
  • ২০১৬ - বিশ্ব বিখ্যাত বক্সিং খেলুৱৈ মহম্মদ আলী (মাৰ্কিন যুক্তৰাষ্ট্ৰ)। (জন্ম: ১৯৪২)
  • ২০২১ - ডঃ লক্ষ্মীনন্দন বৰা, কোভিদ-১৯ত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি, অসমীয়া সাহিত্যিক, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ১৯৮৮ চনত 'পাতাল ভৈৰৱী' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ আৰু ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল।

দিৱস[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংিছিলো (জন্ম:[সম্পাদনা কৰক]