সমললৈ যাওক

১০ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

১০ মাৰ্চ (ইংৰাজী: 10 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৬৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৬টা দিন (অধিবৰ্ষত ২৯৭ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৩২ - উডুপী ৰামচন্দ্ৰ ৰাও, ভাৰতীয় মহাকাশ বিজ্ঞানী তথা ইছৰোৰ প্ৰাক্তন মুৰব্বী।
  • ১৯৫৩ চনৰ আজিৰ দিনটোতে অসমীয়া ভাষাৰ ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ জন্ম হৈছিল।
  • ১৯৪৫ - মাধৱৰাও সিন্ধিয়া, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৫৭ - ওছামা বিন লাডেন, চৌডি আৰৱৰ সন্ত্ৰাসবাদী।
  • ১৯৫৭ - থানু পদ্মনাভন, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু ব্ৰহ্মাণ্ডতত্ত্ববিদ। (মৃত্যু: ১৭ ছেপ্টেম্বৰ, ২০২১)
  • ১৯৮১ - ৱাজিদ খান, ভাৰতীয় চিত্ৰশিল্পী।
  • ১৯৯৬ - প্ৰিয়ংকা গোস্বামী, ভাৰতীয় খেলুৱৈ।



বাহ্যিক সংযোগ

[সম্পাদনা কৰক]