পোলেণ্ড
Jump to navigation
Jump to search
Rzeczpospolita Polska
|
||||
|---|---|---|---|---|
| ৰাজধানী (আৰু বৃহত্তম নগৰ) | ৱাৰ্ছ' 52°14′N 21°1′E / 52.233°N 21.017°E | |||
| ৰাষ্ট্ৰভাষা (সমূহ) | প'লিছ | |||
| সময় অঞ্চল | (ইউটিচি+1) | |||
| গাড়ী চলোৱা হয় | right | |||
পোলেণ্ড মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ।[1] এই দেশৰ ৰাজধানী ৱাৰ্ছ'। পোলেণ্ডৰ পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্ল'ভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ পোলেণ্ডৰ সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত। পোলেণ্ড ২০০৪ চনৰ ১মে' তাৰিখে ইউৰোপিয়ান ইউনিয়নৰ সদস্য হয়।
প্ৰায় ১০০০ বছৰৰ আগতে পিয়াষ্ট ৰাজবংশৰ অধীনস্থ ৰাজ্য ৰূপে পোলেণ্ড সৰ্বপ্ৰথম গঠিত হয়। ষোল্লশ শতিকাৰ শেষভাগক পোলেণ্ডৰ স্বৰ্ণযুগ আখ্যা দিয়া হয়, যেতিয়া জাগিয়েলনীয় ৰাজবংশৰ অধীনত পোলেণ্ড ইউৰোপৰ সকলোতকৈ বৃহৎ, সমৃদ্ধ আৰু প্ৰভাৱশালী ৰাষ্ট্ৰ ৰূপে পৰিগণিত হয়।
| ৱিকিমিডিয়া কমন্সত ‘পোলেণ্ড’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Johnson, Lonnie R. (1996). Central Europe: enemies, neighbors, friends. Oxford University Press. https://books.google.com/books?id=e_m13Hk3AFEC&pg=PA3&hl=pl&source=gbs_toc_r&cad=3#v=onepage&q&f=false.