ইউৰোপিয়ান ইউনিয়ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউৰোপিয়ান ইউনিয়ন
  • বুলগেৰিয়ান: Европейски съюз
    ক্ৰ'ৱেছিয়া: Europska unija
    চ্চেজ: Evropská unie
    ডানিছ: Den Europæiske Union
    ডাচ্চ: Europese Unie
    এষ্ট'নিয়ান: Euroopa Liit
    ফিনিছ: Euroopan unioni
    ফৰাচী: Union européenne
    জাৰ্মান: Europäische Union
    গ্ৰীক: Ευρωπαϊκή Ένωση
    হাংগেৰীয়ান: Európai Unió
    আইৰিছ: An tAontas Eorpach
    ইটালিয়ান: Unione europea
    লেটভিয়ান: Eiropas Savienība
    লিথুৱানিয়ান: Europos Sąjunga
    মাল্টিজ: Unjoni Ewropea
    প'লিছ: Unia Europejska
    পৰ্টুগীজ: União Europeia
    ৰোমানিয়ান: Uniunea Europeană
    শ্লোভাক: Európska únia
    শ্লোভেন: Evropska unija
    স্পেনিছ: Unión Europea
    চুইডিছ: Europeiska unionen
Circle of 12 gold stars on a blue background
নীতিবাক্য
"United in diversity"[1]
সঙ্গীত
"Ode to Joy" (orchestral)

ইউৰোপ-ৰ অৱস্থান
ইউৰোপ-ৰ অৱস্থান
ৰাজধানীব্ৰুজেলছ (de facto)[2]
50°51′N 4°21′E / 50.85°N 4.35°E / 50.85; 4.35
বৃহত্তম মহানগৰ লণ্ডন আৰু পেৰিছ
ৰাষ্ট্ৰভাষা (সমূহ)
জাতীয়তাসূচক বিশেষণ ইউৰোপিয়ান
ধৰণ ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ
সদস্য ৰাষ্ট্ৰসমূহ
ৰাষ্ট্ৰনেতা (বৃন্দ)
 -  ইউৰোপিয়ান কমিচনৰ সভাপতি জিন-ক্ল'ড জাংকাৰ
 -  ইউৰোপিয়ান কাউঞ্চিলৰ সভাপতি ড'নাল্ড টাস্ক
Formation[3]
 -  ৰোমৰ সন্ধি ১ জানুৱাৰী ১৯৫৮ 
 -  Treaty of Maastricht 1 November 1993 
মাটিকালি
 -  মুঠ ৪৩,২৪,৭৮২ বৰ্গ কিমি (7tha)
সাঁচ:Convert/LoffAoffDnumberSoff বৰ্গ মাইল 
 -  জলভাগ (%) ৩.০৮ (১,৩৩,২০৩ বৰ্গ কিমি)
জনসংখ্যা
 -  2015 আনুমানিক ৫০,৮১,৯১,১১৬'"`UNIQ--ref-০০০০০০০৩-QINU`"' (৩rda)
জিডিপি (পিপিপি) 2015 আনুমানিক
 -  মুঠ $19.035 trillion (1sta)
 -  জনমুৰি $37,607 (19tha)
জিডিপি (নামমাত্ৰ) 2015 আনুমানিক
 -  মুঠ $16.449 trillion (2nda)
 -  জনমুৰি $32,498 (16tha)
জিনি সহগ? (2010) 30.4 
মানৱ উন্নয়ন সূচক (2011) 0.876 (13th / 25tha)
মুদ্ৰা
সময় অঞ্চল WET (UTC)[lower-alpha 1]
CET (UTC+1)
EET (UTC+2)
 -  গ্ৰীষ্মকালীন (ডিএছটি) WEST (UTC+1)
CEST (UTC+2)
EEST (ইউটিচি+3)
ইণ্টাৰনেট টিএলডি .eu[lower-alpha 2]
ৱেবচাইট
europa.eu

ইউৰোপিয়ান ইউনিয়ন বা ইউৰোপিয় সংঘ (ইংৰাজী: European Union) মূলতঃ ইউৰোপ মহাদেশত অৱস্থিত ২৮খন দেশৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ।[5][6] ইয়াৰ মাটিকালি ৪,৩২৪,৭৮২ বৰ্গ কি:মি: আৰু জনসংখ্যা প্ৰায় ৫০.৮ কোটি। কেইখনমান অভ্যন্তৰীণ বহুজাতিক সংগঠন আৰু প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ চৰকাৰী পক্ষসমূহৰ পৰস্পৰ বুজাপৰাৰ মাধ্যমেৰে ইউৰোপিয়ান ইউনিয়নৰ পৰিচালনা কৰা হয়।[7][8] এই বহুজাতিক সংগঠনকেইটা হৈছে: ইউৰোপিয়ান সদন, ইউৰোপিয়ান কাউঞ্চিল, কাউঞ্চিল অফ দ্য ইউৰোপিয়ান ইউনিয়ন, ইউৰোপিয়ান ইউনিয়নৰ ন্যায়িক আদালত, ইউৰোপিয়ান কেন্দ্ৰীয় বেংক আৰু ইউৰোপিয়ান ক'ৰ্ট অফ অ'ডিটৰছ। প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে সংঘৰ নাগৰিকসকলে ইউৰোপিয়ান সদনক নিৰ্বাচিত কৰে।

ইউনিয়নে বিশেষ আইনী ব্যৱস্থাৰ যোগেদি প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ এক অভ্যন্তৰীণ বা একক বজাৰৰ বিকাশ ঘটাইছে। স্কেনজেন এলেকাৰ ভিতৰত পাছপ'ৰ্ট নিয়ন্ত্ৰণ ব্যৱস্থাও উঠাই লোৱা হৈছে।[9] বিভিন্ন নীতিৰ জৰিয়তে ইউনিয়নে বনুৱা, সামগ্ৰী, সেৱা আৰু মূলধনৰ অবাধ বিচৰণ বা স্থানান্তৰৰ লগতে[10] ন্যায়িক আৰু গৃহ বিষয়ত আইন প্ৰনয়ণ তথা বেপাৰ-বাণিজ্য,[11] কৃষি, মৎস্য পালন[12] আৰু আঞ্চলিক উন্নয়নৰ[13] ক্ষেত্ৰত উমৈহতীয়া নীতি গ্ৰহণ সুনিশ্চিত কৰে। ১৯৯৯ চনত সংঘৰ দেশসমূহে মুদ্ৰা সংঘ বা মানিটেৰী ইউনিয়ন গঠন কৰে আৰু ২০০২ চনৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হয়। বৰ্তমান ইউৰোপিয়ান ইউনিয়নৰ ১৯খন দেশে ইউৰোৰ ব্যৱহাৰ কৰে।

ইনাৰ চিক্স অৰ্থাৎ ইউনিয়নৰ প্ৰতিষ্ঠাপক ছয়খন দেশে (বেলজিয়াম, ফ্ৰান্স, পশ্চিম জাৰ্মানী, ইটালী, লাক্সেমবাৰ্গ আৰু নেডাৰলেণ্ড) গঠন কৰা ইউৰোপিয় কয়লা আৰু তীখা সমাজ (১৯৫১) আৰু ইউৰোপিয় অৰ্থনৈতিক সমাজৰ (১৯৫৮) পৰাই ইউৰোপিয় সংঘৰ আৰম্ভণি ঘটে। মাষ্ট্ৰিচ সন্ধিৰ লগে লগে ১৯৯৩ চনত বৰ্তমানৰ নামেৰে ইউৰোপিয়ান ইউনিয়নৰ প্ৰতিষ্ঠা হয় আৰু ইউৰোপিয়ান নাগৰিকত্তৰো প্ৰৱৰ্তন কৰা হয়।[14]

২০১২ চনত ইউৰোপিয়ান ইউনিয়নক শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।[15]

ইউৰোপিয়ান কমিচন

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. The Substantive Law of the EU: The four freedoms (2 ed.). Oxford University Press. পৃষ্ঠা. 447. ISBN ISBN 978-0-19-929035-2.. https://en.wikipedia.org/wiki/European_Union#cite_note-Four_Freedoms-1. 
  2. Cybriwsky (2013). Capital Cities around the World: An Encyclopedia of Geography, History, and Culture: An Encyclopedia of Geography, History, and Culture. ABC-CLIO. https://books.google.com/books?id=qb6NAQAAQBAJ&pg=PA64. 
  3. Current Article 1 of the Treaty on European Union reads:"The Union shall be founded on the present Treaty and on the Treaty on the Functioning of the European Union. Those two Treaties shall have the same legal value. The Union shall replace and succeed the European Community".
  4. "Eurostat - Population on 1 January 2015". European Commission. http://ec.europa.eu/eurostat/tgm/table.do?tab=table&language=en&pcode=tps00001&tableSelection=1&footnotes=yes&labeling=labels&plugin=1। আহৰণ কৰা হৈছে: 20 August 2015. 
  5. "Basic information on the European Union". European Union. europa.eu. http://europa.eu/about-eu/basic-information/index_en.htm। আহৰণ কৰা হৈছে: 4 October 2012. 
  6. "European". Oxford English Dictionary. Retrieved 3 October 2011. 5 b. spec. Designating a developing series of economic and political unions between certain countries of Europe from 1952 onwards, as European Economic Community, European Community, European Union 
  7. "European Union". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/196399/European-Union। আহৰণ কৰা হৈছে: 3 July 2013. "international organisation comprising 28 European countries and governing common economic, social, and security policies  ..." 
  8. "European Union". The World Factbook. Central Intelligence Agency. Archived from the original on 11 June 2020. https://web.archive.org/web/20200611111527/https://www.cia.gov/library/publications/the-world-factbook/geos/ee.html। আহৰণ কৰা হৈছে: 11 October 2009. 
  9. "Schengen area". Europa web portal. http://ec.europa.eu/home-affairs/policies/borders/borders_schengen_en.htm। আহৰণ কৰা হৈছে: 8 September 2010. 
  10. European Commission. "The EU Single Market: Fewer barriers, more opportunities". Europa web portal. http://ec.europa.eu/internal_market/index_en.htm। আহৰণ কৰা হৈছে: 27 September 2007. 
    "Activities of the European Union: Internal Market". Europa web portal. http://europa.eu/pol/singl/index_en.htm। আহৰণ কৰা হৈছে: 29 June 2007. 
  11. "Common commercial policy". Europa Glossary. Europa web portal. http://europa.eu/scadplus/glossary/commercial_policy_en.htm। আহৰণ কৰা হৈছে: 6 September 2008. 
  12. "Agriculture and Fisheries Council". The Council of the European Union. http://www.consilium.europa.eu/policies/council-configurations/agriculture-and-fisheries। আহৰণ কৰা হৈছে: 3 June 2013. 
  13. "Regional Policy Inforegio". Europa web portal. http://ec.europa.eu/regional_policy/index_en.cfm। আহৰণ কৰা হৈছে: 3 June 2013. 
  14. Craig, Paul; Grainne De Burca; P. P. Craig (2007). EU Law: Text, Cases and Materials (4th সম্পাদনা). প্ৰকাশক Oxford: Oxford University Press. পৃষ্ঠা. 15. ISBN 978-0-19-927389-8. ; "Treaty of Maastricht on European Union". Activities of the European Union. Europa web portal. http://europa.eu/legislation_summaries/economic_and_monetary_affairs/institutional_and_economic_framework/treaties_maastricht_en.htm। আহৰণ কৰা হৈছে: 20 October 2007. 
  15. "EU collects Nobel Peace Prize in Oslo". British Broadcasting Corporation. 10 December 2012. http://www.bbc.co.uk/news/world-europe-20664167। আহৰণ কৰা হৈছে: 3 June 2013. 
টোকা
  1. Not including overseas territories
  2. .eu is representative of the whole of the EU; member states also have their own TLDs.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]