অষ্ট্ৰিয়া
অষ্ট্ৰিয়া গণৰাজ্য Republik Österreich (Script error: The function "name_from_code" does not exist.) | |
|---|---|
Anthem:
| |
অষ্ট্ৰিয়াৰ অৱস্থান (ডাঠ সেউজীয়া) – ইউৰোপৰ মেপত (সেউজীয়া & ডাঠ ধূসৰ) | |
| ৰাজধানী and largest city | ভিয়েনা |
| Official languages | জাৰ্মান [a] |
| Ethnic groups (২০১২) |
|
| Demonym | অষ্ট্ৰিয়ান |
| Area | |
• Total | 83,879 বৰ্গ কি.মি. (32,386 বৰ্গ মাইল) (115th) |
• Water (%) | 1.7 |
| Population | |
• 2015 estimate | 8,602,112[3] (94th) |
• Density | 101.4 /কিমি২ (262.6 /বৰ্গ মাইল) (106th) |
| GDP (PPP) | 2015 estimate |
• Total | $402.420 billion[4] |
• Per capita | $47,031[4] |
| GDP (nominal) | 2015 estimate |
• Total | $380.555 billion[4] |
• Per capita | $44,475[4] |
| Gini (2011) | 26.3[5] low inequality |
| HDI (2013) | very high (21st) |
| Currency | Euro (€)[b] (EUR) |
| Time zone | UTC+01 (CET) |
• Summer (DST) | UTC+02 (CEST) |
| Calling code | +43 |
| Internet TLD | .at[c] |
| |
অষ্ট্ৰিয়া, আনুষ্ঠানিকভাৱে অষ্ট্ৰিয়া গণৰাজ্য মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশত প্ৰায় ৮.৫ মিলিয়ন লোকে বাস কৰে। স্থলবেষ্টিত এই দেশৰ উত্তৰে জাৰ্মানী আৰু চেক প্ৰজাতন্ত্ৰ, পূবে স্লোভাকিয়া আৰু হাঙ্গেৰি, দক্ষিণে স্লোভেনিয়া আৰু ইটালী, আৰু পশ্চিমে ছুইজাৰলেণ্ড আৰু লিছটেন্ষ্টাইন আছে। অষ্ট্ৰিয়া মূলত আল্পছ পৰ্বতমালাৰ উপৰত অৱস্থিত। দেশখনৰ তিনি-চতুৰ্থাংশ এলেকাই পৰ্বতময়।
অষ্ট্ৰিয়া এখন সংসদীয় গণতন্ত্ৰ। ইয়াত ৯খন ফেডাৰেল ৰাজ্য আছে। এইখন ইউৰোপৰ ৬খন ৰাষ্ট্ৰ মাজৰ অন্যতম যাৰ স্থায়ীভাবে নিৰপেক্ষতা ঘোষণা কৰা হৈছে। অষ্ট্ৰিয়াত ১৯৫৫ চনৰ পৰাই জাতিসংঘৰ আৰু ১৯৯৫ চনৰ পৰাই ইউৰোপীয় ইউনিয়নৰ সদস্য হিচাপে আছে।
অষ্ট্ৰিয়া অতীতত হাবছবুৰ্গ ৰাজাসকলৰ অধীনস্থ এখন বিস্তৃত শক্তিশালী সাম্ৰাজ্যৰ প্ৰাণকেন্দ্ৰ আছিল। ভিয়েনা সেই সাম্ৰাজ্যৰ ৰাজকীয় ৰাজধানী আছিল। ভিয়েনা বৰ্তমানেও অষ্ট্ৰিয়াৰ ৰাজধানী আৰু বিশ্বৰ অন্যতম প্ৰধান চহৰ হিচাপে গণ্য কৰা হয়। ইয়াৰ ৰাজকীয় ৰূপ, অসাধাৰণ বাৰোক স্থাপত্য, সঙ্গীত আৰু নাট্যকলা জগৎ বিখ্যাত।
নামাকৰণ
[সম্পাদনা কৰক]জাৰ্মান নাম অষ্টেৰেইকৰ অৰ্থ পূবৰ সাম্ৰাজ্য।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Regional Languages of Austria". Rechtsinformationssystem des Bundes. 2013. http://www.ris.bka.gv.at/Dokument.wxe?Abfrage=Bundesnormen&Dokumentnummer=NOR40066723.
- ↑ "Kommission für Migrations und Integrationsforschung der Österreichischen Akademie der Wissenschaften" (PDF). Statistik Austria. 2012. পৃষ্ঠা: 27. Archived from the original on 2017-01-14. https://web.archive.org/web/20170114032851/http://medienservicestelle.at/migration_bewegt/wp-content/uploads/2012/07/IBIB_2012_Integrationsbericht.pdf। আহৰণ কৰা হৈছে: 2015-08-26.
- ↑ "Population". http://www.statistik.at/web_de/statistiken/menschen_und_gesellschaft/bevoelkerung/bevoelkerungsstand_und_veraenderung/bevoelkerung_zu_jahres-_quartalsanfang/023582.html.
- ↑ 4.0 4.1 4.2 4.3 "Austria". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2015/01/weodata/weorept.aspx?pr.x=67&pr.y=14&sy=2014&ey=2020&scsm=1&ssd=1&sort=country&ds=.&br=1&c=122&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC&grp=0&a=। আহৰণ কৰা হৈছে: April 2015.
- ↑ "Gini coefficient of equivalised disposable income (source: SILC)". Eurostat Data Explorer. http://appsso.eurostat.ec.europa.eu/nui/show.do?dataset=ilc_di12। আহৰণ কৰা হৈছে: 13 August 2013.
- ↑ "Human Development Report 2011" (PDF). United Nations. 2011. http://hdr.undp.org/en/media/HDR_2011_EN_Table1.pdf। আহৰণ কৰা হৈছে: 8 November 2011.
- ↑ ক্লাগেন্ফাৰ্ট বিশ্ববিদ্যালয়
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Austria entry at The World Factbook
- Austria entry at Encyclopædia Britannica
- Austria information from the United States Department of State
- Austria Archived 2008-08-21 at the Wayback Machine at UCB Libraries GovPubs
- অষ্ট্ৰিয়া বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
|
| |||
