ছুইজাৰলেণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা


Swiss Confederation
  • Schweizerische Eidgenossenschaft  (German)
  • Confédération suisse  (French)
  • Confederazione Svizzera  (Italian)
  • Confoederatio Helvetica (CH)  (Latin)
নীতিবাক্য
(traditional)
"Unus pro omnibus, omnes pro uno" (Latin)
"One for all, all for one"
ৰাষ্ট্ৰীয় সঙ্গীত
"Swiss Psalm"

Switzerland-ৰ অৱস্থান
Switzerland-ৰ অৱস্থান
 Swizerlandৰ অৱস্থান  (green)

Europeৰ মেপত  (green & dark grey)

ৰাজধানীNone (de jure)
Bern (de facto)[টোকা- ১][1]
46°57′N 7°27′E / 46.95°N 7.45°E / 46.95; 7.45
বৃহত্তম নগৰ জুৰিক
চৰকাৰী
ভাষা
[2]
জাৰ্মান; ফ্ৰান্স; ইটালিয়ান; ৰোমান
জাতীয়তাসূচক বিশেষণ ছুইছ
চৰকাৰ Federal multi-party directorial republic with thorough elements of direct democracy
 -  Federal Council
 -  Federal Chancellor Corina Casanova
History
 -  Foundation date c. 1300[টোকা- ২] celebrated on 1 August 1291 
 -  Treaty of Basel (1499) 22 September 1499 
 -  Peace of Westphalia ২৪ অক্টোবৰ ১৬৪৮ 
 -  Restauration 7 August 1815 
 -  Federal state 12 September 1848[3] 
মাটিকালি
 -  মুঠ ৪১,২৮৫ বৰ্গ কিমি (135th)
১৫,৯৪০ বৰ্গ মাইল 
 -  জলভাগ (%) ৪.২ (১,৭৩৪ বৰ্গ কিমি)
জনসংখ্যা
 -  September 2014 আনুমানিক ৮২,১১,৭০০'"`UNIQ--ref-০০০০০০০৩-QINU`"' (৯৬th)
 -  ২০১৩ লোকপিয়ল ৮১,৩৯,৬০০'"`UNIQ--ref-০০০০০০০৪-QINU`"' 
জিডিপি (পিপিপি) 2015 আনুমানিক
 -  মুঠ $480.938 billion[6] (39th)
 -  জনমুৰি $58,731[6] (9th)
জিডিপি (নামমাত্ৰ) 2015 আনুমানিক
 -  মুঠ $688.434 billion[6] (19th)
 -  জনমুৰি $84,070[6] (2nd)
জিনি সহগ? (2011) 29.7 
মানৱ উন্নয়ন সূচক (2013) 0.917 (3rd)
মুদ্ৰা Swiss franc (CHF)
সময় অঞ্চল CET (ইউটিচি+1)
 -  গ্ৰীষ্মকালীন (ডিএছটি) CEST (ইউটিচি+2)
তাৰিখ বিন্যাস dd.mm.yyyy (AD)
গাড়ী চলোৱা হয় right
ISO 3166 code CH
ইণ্টাৰনেট টিএলডি .ch
ৱেবচাইট
http://www.admin.ch
কলিং ক'ড ++41
পেট্ৰ'ন চেইণ্ট St Nicholas of Flüe

ছুইজাৰলেণ্ড ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশ। ইয়াৰ ৰাজধানী হৈছে বাৰ্ণ

ইতিহাস[সম্পাদনা কৰক]

ছুইজাৰলেণ্ড অতীজৰ পৰা সম্পূৰ্ণ স্বাধীন দেশ। ইয়াৰ পূৰ্বৰ নাম হেলভেটিয়া। ১২৯১ চনত ২৬খন অঞ্চল লগ লগাই ৰাজনৈতিক ভাৱে ছুইচ মিত্ৰজোঁট গঠন কৰা হয়। আৰু ১২৯১ চনৰ ১ আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়।[7][8]

অৱস্থিতি[সম্পাদনা কৰক]

ছুইজাৰলেণ্ড ইউৰোপৰ মধ্য-পশ্চিম দিশৰ এখন দেশ। ইয়াৰ দক্ষিণে ইটালী, পশ্চিমে ফ্ৰান্স, উত্তৰে জাৰ্মানী আৰু পূবে অষ্ট্ৰিয়া। ছুইজাৰলেণ্ড ৪৫° আৰু ৪৮° উঃ অক্ষাংশ আৰু ৫° ৰ পৰা ১১° পূ: দ্ৰাঘিমাংশ ৰ মাজত অৱস্থিত।[9]

ভূগোল[সম্পাদনা কৰক]

ছুইজাৰলেণ্ডৰ মাটিকালি ৪১২৮৫ বৰ্গ কিঃমিঃ। ই এল্পচ পৰ্বতৰ দ্বাৰা ভৌগোলিক ভাৱে দ্বিখণ্ডিত।[10]

জনসংখ্যা[সম্পাদনা কৰক]

২০১৩ চনৰ লোকপিয়ল মতে ৮১,৩৯,৬০০। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ১৯৮জন। জনসংখ্যাৰ অধিকাংশই খ্ৰীষ্টান[11][12]

অৰ্থনীতি[সম্পাদনা কৰক]

ছুইজাৰলেণ্ডৰ অৰ্থনীতি সুস্থিৰ আৰু সমৃদ্ধিশালী। মুঠ ঘৰুৱা উৎপাদনৰ ফালৰ পৰা ছুইজাৰলেণ্ডৰ স্থান পৃথিবীৰ ভিতৰতে নৱম। ছুইজাৰলেণ্ডৰ অৰ্থনীতিৰ মূল ক্ষেত্ৰ হৈছে ঔদ্যোগিক সামগ্ৰী নিৰ্মাণ আৰু ৰপ্তানি। ইয়াৰ পৰা ৰাসায়নিক পদাৰ্থ , দৰৱ, মাপ জোখা সঁজুলি, ঘড়ী, বাদ্যযন্ত্ৰ আদি ৰপ্তানি হয়। ভৌগোলিক ভাৱে আন বৃহৎ দেশৰ তুলনাত ক্ষুদ্ৰাকৃতিৰ হোৱা সত্ত্বেও ৰপ্তানিৰ ক্ষেত্ৰত ছুইজাৰলেণ্ডৰ স্থান বিশ নম্বৰত আছে। তদুপৰি সেৱাখণ্ড যেনে পৰ্যটন, বীমা, বেংকিং আদি ক্ষেত্ৰত দেশখন যথেষ্ট আগবঢ়া। ১৯৯০ চনৰ পৰা ছুইজাৰলেণ্ডত কঠোৰ বেংক গোপনীয়তা নীতি প্ৰৱৰ্তন কৰা হয়। ইয়াত নিবনুৱাৰ সংখ্যা খুব কম। ছুইজাৰলেণ্ডৰ মুদ্ৰা ছুইচ ফ্ৰাংক[13][14]

অন্যান্য[সম্পাদনা কৰক]

ছুইজাৰলেণ্ডৰ চহৰ জেনেভা হৈছে ৰেডক্ৰ’ছৰ জন্মস্থান। তদুপৰি বিশ্ব স্বাস্থ্য সংস্থা, আঃন্তৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা আদিকে ধৰি বহু কেইটা সংগঠনৰ মুখ্য বা আঞ্চলিক কাৰ্য্যালয় অৱস্থিত।[15]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Holenstein, André (2012) (German ভাষাত) (PDF). Die Hauptstadt existiert nicht. UniPress. প্ৰকাশক Berne: University of Berne. pp. 16–19. http://www.kommunikation.unibe.ch/unibe/rektorat/kommunikation/content/e80/e1425/e4697/e86561/e87570/linkliste87574/bundesstadt_bern.pdf। আহৰণ কৰা হৈছে: 27 March 2014. "Als 1848 ein politisch-administratives Zentrum für den neuen Bundesstaat zu bestimmen war, verzichteten die Verfassungsväter darauf, eine Hauptstadt der Schweiz zu bezeichnen und formulierten stattdessen in Artikel 108: «Alles, was sich auf den Sitz der Bundesbehörden bezieht, ist Gegenstand der Bundesgesetzgebung.» Die Bundesstadt ist also nicht mehr und nicht weniger als der Sitz der Bundesbehörden.". 
  2. Federal Constitution, article 4 Archived 2014-10-23 at the Wayback Machine, "National languages" : National languages are German, French, Italian and Romansh; Federal Constitution, article 70 Archived 2014-10-23 at the Wayback Machine, "Languages", paragraph 1: The official languages of the Confederation are German, French and Italian. Romansh shall be an official language for communicating with persons of Romansh language.
  3. A solemn declaration of the Tagsatzung declared the Federal Constitution adopted on 12 September 1848. A resolution of the Tagsatzung of 14 September 1848 specified that the powers of the institutions provided for by the 1815 Federal Treaty would expire at the time of the constitution of the Federal Council, which took place on 16 November 1848.
  4. "Recent monthly and quarterly figures: provisional data". Population and Households Statistics (STATPOP). প্ৰকাশক Neuchâtel, Switzerland: Swiss Federal Statistical Office, Swiss Confederation. http://www.bfs.admin.ch/bfs/portal/en/index/themen/01/02/blank/key/bevoelkerungsstand/01.html। আহৰণ কৰা হৈছে: 24 March 2015. 
  5. "Population – Key figures: Main indicators". প্ৰকাশক Neuchâtel, Switzerland: Swiss Federal Statistical Office, Swiss Confederation. http://www.bfs.admin.ch/bfs/portal/en/index/themen/01/01/key.htm। আহৰণ কৰা হৈছে: 24 March 2015. 
  6. 6.0 6.1 6.2 6.3 "Switzerland". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2014/02/weodata/index.aspx। আহৰণ কৰা হৈছে: 2 November 2014. 
  7. English Wikipedia
  8. Manorama Year Book, 2013
  9. English Wikipedia
  10. English Wikipedia
  11. English Wikipedia
  12. Manorama Year Book,2013
  13. English Wikipedia
  14. Manorama Year Book ,2013
  15. English Wikipedia

১. The traditional date of the Rütlischwur was 1307 (reported by Aegidius Tschudi in the 16th century). The date of the Federal Charter of 1291 was selected in 1891 for the official celebration of the "Confederacy's 600th anniversary".
২. De jure "federal city"; de facto capital. Due to historical federalist sensibilities, Swiss law does not designate a formal capital; and some federal institutions such as courts are located in other cities.