১২ জানুৱাৰী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
১২ জানুৱাৰী (ইংৰাজী: 12 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৩টা দিন (অধিবৰ্ষত ৩৫৪টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
জন্ম[সম্পাদনা কৰক]
- ১৮৬৩ খৃঃ - স্বামী বিবেকানন্দ, নৱযুগৰ এজন আগশাৰী বেদান্ত পণ্ডিত।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৭৬ খৃঃ - আগাথা খ্ৰিষ্টী, প্ৰখ্যাত ইংৰাজী লেখক।
দিৱস[সম্পাদনা কৰক]
- ৰাষ্ট্ৰীয় যুৱ দিৱস, ভাৰত
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১২ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|