২ অক্টোবৰ
Jump to navigation
Jump to search
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২১ |
২ অক্টোবৰ (ইংৰাজী: 2 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৫তম (অধিবৰ্ষত ২৭৬তম) দিন। বছৰ শেষ হ'বলৈ ৯০ দিন বাকী থাকে।
জন্ম[সম্পাদনা কৰক]
- ১৮৬৯ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা মহাত্মা গান্ধীৰ জন্ম হৈছিল।
- ১৯০৪ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৫৩ চনৰ আজিৰ দিনটোতে আমেৰিকান চিত্ৰশিল্পী জ'ন মাৰ্টিনৰ মৃত্যু হৈছিল।
অন্যান্য[সম্পাদনা কৰক]
- আজি গান্ধী জয়ন্তী (ভাৰত)।
- আজি আন্তৰ্জাতিক অহিংসা দিৱস।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- এই দিনত কানাডাত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|