২৮ মাৰ্চ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৩ |
২৮ মাৰ্চ (ইংৰাজী: 28 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮৭তম (অধিবৰ্ষত ৮৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭৮টা দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
জন্ম[সম্পাদনা কৰক]
- ১৯২৭ - বীণা মজুমদাৰ, ভাৰতীয় শিক্ষাবিদ।
- ১৯২৮ - আলেকজেণ্ডাৰ গ্ৰথেণ্ডিক, ফৰাচী গণিতজ্ঞ।
- ১৯৪৯ - মাইকেল ডব্লিউ. ইয়ং, আমেৰিকান বংশগতি বিজ্ঞানী।
- ১৯৫৬ - স্বাতী পিৰামল ভাৰতীয় বিজ্ঞানী।
- ১৯৬৮ - মেক্সিম গৰ্কী, ৰাছিয়ান আৰু ছোভিয়েট লিখক। (মৃত্যু: ১৮ জুন, ১৯৩৬)
- ১৯৭৯ - শাকিৱ খান, বাংলাদেশী অভিনেতা।
মৃত্যু[সম্পাদনা কৰক]
- ১৫৯২ - জন এম'ছ কমেনিয়াছ, চেক গণৰাজ্যৰ দাৰ্শনিক।
- ১৯৪১ - ভাৰ্জিনিয়া উল্ফ, ব্ৰিটিছ ঔপন্যাসিক। (জন্ম: ২৫ জুন, ১৮৮২)
- ১৯৬৮ - হলধৰ ভূঞা, অসমীয়া সমাজকৰ্মী। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এজন জনমদাতা।
- ২০১৯ - প্ৰফুল্ল ৰাজগুৰু, অসমীয়া শিক্ষাবিদ, সাংবাদিক।
দিৱস[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৮ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|