২২ নৱেম্বৰ
• আজি লেবাননৰ স্বাধীনতা দিৱস।
• ১৭৭৪ চনত ভাৰতৰ ব্ৰিটিছ প্ৰশাসক ৰবাৰ্ট ক্লাইভৰ মৃত্যু।
• ১৮০৯ চনত আধুনিক কল্মৰ আৱিষ্কাৰ৷
• ১৮৬৪ চনত ভাৰতৰ ঔপনিৱেসিক অনুশীলনকাৰী প্ৰথম মহিলা চিকিৎসক ডাঃ ৰুক্ষ্মাবাই ৰাউতৰ জন্ম৷
• ১৮৬৯ চনত ফৰাচীৰ ঔপনাসিক ন’বেল বিজয়ী ঔপনাসিক আন্দে পল গুইল্লোম জিদৰ জন্ম।
• ১৮৮৪ চনত সাহিত্যিক আল্লামা নাদবীৰ জন্ম৷
• ১৮৮৯ চনত ভাৰতৰ নৱম লোকসভা নিৰ্বাচন আৰম্ভ৷
• ১৮৯২ চনত ভাৰতপ্ৰেমী ইংৰাজী মীৰা বেনৰ জন্ম৷
• ১৯৩৯ চনত সমাজবাদী পাৰ্টিৰ মুৰব্বী মুলায়ন সিং যাদৱৰ জন্ম।
• ১৯৪৩ চনত লেবাননৰ স্বাধীনতা লাভ।
• ১৯৪৩ চনত ৰাজনীতিবিদ মূলায়েম সিং যাদৱৰ জন্ম৷
• ১৯৫৬ চনত অষ্টেলিয়াৰ মেলবৰ্ণত ১৬ তম অলিম্পিক গেমছ আৰম্ভ।
• ১৯৬৩ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জন ফিৎজাৰেল্ড কেনেডীৰ মৃত্যু।
• ১৯৮৭ চনত লোক-সঙ্গীতজ্ঞ হেমাংগ বিশ্বাসৰ মৃত্যু৷
• ১৯৯১ চনত আফ্ৰিকাৰ প্ৰথম ব্যক্তি হিচাপে ইজিপ্তৰ বোট্ৰাছ ঘালী ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান হিচাপে নিৰ্বাচিত।