২৬ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯  ২০  ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

২৬ মাৰ্চ (ইংৰাজী: 26 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮৫তম (অধিবৰ্ষত ৮৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮০টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৩৮ - সাহিত্যৰথী তথা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু। তেখেত আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক।
  • ১৯৮৩ - মিত্ৰদেৱ মহন্তৰ মৃত্যু। তেখেত অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা আছিল।
  • ২০১৮ - কেশদা মহন্তৰ মৃত্যু। তেখেত এগৰাকী অসমীয়া লেখিকা, গৱেষক আৰু সমালোচক আছিল।

ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]

  • ১৯৭১ - বাংলাদেশৰ স্বাধীনতা আৰু জাতীয় দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]