ৱাল্ট হুইটমেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱাল্ট হুইটমেন
জন্ম ৱেষ্ট হিলছ,নিউয়ক
মৃত্যু ২৬ মাৰ্চ ১৮৯২
ভাষা ইংৰাজী
ৰাষ্ট্ৰীয়তা আমেৰিকা
নাগৰিকত্ব আমেৰিকান

ৱাল্ট হুইটমেন (ইংৰাজী: Walt Whiteman) এজন কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল। হুইটমেন আমেৰিকান কেননৰ আটাইতকৈ প্ৰভাবশালী কবিসকলৰ ভিতৰত অন্যতম। [1]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

১৮১৯ চনৰ ৩১ মে তাৰিখে নিউয়কৰ ৱেষ্ট হিলছত জন্ম হয়।[2]

শিক্ষা[সম্পাদনা কৰক]

১৮২৩ চনত তেওঁ ব্ৰুকালিন পাব্লিক এলিমেণ্টৰী স্কুলত ভৰ্তি হয় যদিও বাৰ বছৰ বয়সত স্কুল এৰি জীবিকা সন্ধানত চাকৰি কৰে। [3]

চাকৰি জীৱন[সম্পাদনা কৰক]

তেওঁ প্ৰকালিন ইগল কাকতৰ প্ৰথমে মুদ্ৰণ আৰু শেষত সম্পাদক হয়।[4]

সাহিত্যৰাজি[সম্পাদনা কৰক]

কবিতা[সম্পাদনা কৰক]

  1. লীভছ অব গ্ৰাছ (ঘাঁহৰ পাতবোৰ ১৮৫৫)
  2. ছং অব মাইছেলফ (মোৰ নিজৰ গান ১৮৫৫)
  3. অ কেপ্টেইন! মাই কেপ্টেইন
  4. পয়েমছ বাই ব্লাট হুইটমেন
  5. আইছিং দাবডি ইলক্টিক (১৮৫৫)
  6. ক্ৰছিং ব্ৰুকলিন ফেৰী (১৮৫৬)
  7. ড্ৰাম টেপ্স (১৮৬৫)
  8. ছং অব দ্যা অপেন ৰোড ( মুক্ত পথৰ গান)


মৃত্যু[সম্পাদনা কৰক]

১৮৯২ চনৰ ২৬ মাৰ্চ তাৰিখে তেখেতৰ মৃত্যু হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ চলিহা,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা,প্ৰথম সংস্কৰণ:২০১২,পৃষ্টা নং:৫৪
  2. পাশ্বাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা প্ৰকাশ,প্ৰথম সংষ্কৰণ:২০১২,পৃষ্টা নং:৫৪
  3. পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ চলিহা,প্ৰকাশন:অনন্ত হাজৰিকা,প্ৰথম প্ৰকাশ:২০১২,পৃষ্টা নং:৫৪
  4. পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা প্ৰকাশ,প্ৰথম প্ৰকাশ:২০১২,পৃষ্টা নং:৫৪