২৬ অক্টোবৰ
Jump to navigation
Jump to search
২৬ অক্টোবৰ (ইংৰাজী: 26 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ২৯৯তম (অধিবৰ্ষত ৩০০তম) দিন। বছৰ শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৬ দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
জন্ম[সম্পাদনা কৰক]
মৃত্যু[সম্পাদনা কৰক]
- আজি কবি তথা অসম সাহিত্য সভাৰ সভাপতি চন্দ্ৰধৰ বৰুৱাৰ মৃত্যু দিৱস।
- "মোৰ শুকুলা ঘোঁৰা" গীতেৰে খ্যাত জিতেন ডেকাৰ আজি মৃত্যু দিৱস।