১৬ মাৰ্চ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৩ |
১৬ মাৰ্চ (ইংৰাজী: 16 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৫তম (অধিবৰ্ষত ৭৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯০টা দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
জন্ম[সম্পাদনা কৰক]
- ১৭৮৯ - গিয়ৰ্গ ছিমন ওম, জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ।
- ১৯০১ - চন্দ্ৰপ্ৰভা শইকীয়ানী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী।
- ১৯৩৫ - ৱাজিদা তাবাচ্চুম, ভাৰতীয় লেখিকা, কবি আৰু গীতিকাৰ।
- ১৯৪৩ - দিলীপ কুমাৰ বৰুৱা, অসমীয়া শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ।
- ১৯৫৮ - মণি কুমাৰ চুব্বা, ভাৰতীয় ৰাজনীতিবিদ।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৬৮ - ডেভিদ মেকমিলান, স্কটিছ ৰসায়নবিদ।
- ১৯৭২ - চন্দ্ৰপ্ৰভা শইকীয়ানী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী।
- ১৯৮৬ - ললিত কুমাৰ দলে, ভাৰতীয় ৰাজনীতিক।
- ২০২১ - মওদুদ আহমেদ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
দিৱস[সম্পাদনা কৰক]
- ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস (ভাৰত)
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৬ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|