১৪ মে'
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৩ |
১৪ মে' (ইংৰাজী: 14 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৪তম (অধিবৰ্ষত ১৩৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩১টা দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৭৯৬ - এডৱাৰ্দ জেনাৰে (ইংৰাজী: Edward Jenner) ছিটাৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে সফলতা লাভ কৰে।
- ২০১৮ - আয়াৰলেণ্ড ক্ৰিকেটৰ ইতিহাসত প্ৰথম টে'ষ্টত সিহঁতৰ টেষ্ট ক্ৰিকেটৰ ইতিহাসত প্ৰথম শতক অৰ্জন কৰে কেভিন অ’ব্ৰায়ানে।
জন্ম[সম্পাদনা কৰক]
- ১৯৮৪ - মাৰ্ক জুকাৰবাৰ্গ, জনপ্ৰিয় সামাজিক যোগাযোগ মাধ্যম ফেসবুকৰ প্ৰতিষ্ঠাতা।
মৃত্যু[সম্পাদনা কৰক]
- ২০১০ - ভৈৰোসিং শেখাৱত, ভাৰতীৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি।
ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৪ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|