৬ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

৬ জানুৱাৰী (ইংৰাজী: 6 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৬ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৯টা দিন (অধিবৰ্ষত ৩৬০টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  • ১৮৩৮ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্ছীৰ ম'ৰিছটাউনত ছেমুৱেল ম'ৰ্চৰ টেলিগ্ৰাফ যন্ত্ৰৰ প্ৰথম নমুনা প্ৰদৰ্শন কৰিছিল।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৫২ - লুই ব্ৰেইল, অন্ধসকলৰ শিক্ষা পদ্ধতিৰ আৱিষ্কাৰক। (জন্ম: ০৪/০১/১৮০৯)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]