৬ জানুৱাৰী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
৬ জানুৱাৰী (ইংৰাজী: 6 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৬ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৯টা দিন (অধিবৰ্ষত ৩৬০টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৮৩৮ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্ছীৰ ম'ৰিছটাউনত ছেমুৱেল ম'ৰ্চৰ টেলিগ্ৰাফ যন্ত্ৰৰ প্ৰথম নমুনা প্ৰদৰ্শন কৰিছিল।
জন্ম[সম্পাদনা কৰক]
- ১৭০৬ - বেঞ্জামিন ফ্ৰাঙ্কলিন, মাৰ্কিন লেখক, ৰাজনীতিবিদ, সাংবাদিক, আৰু কূটনীতিবিদ। (মৃত্যু: ১৭৯০)
- ১৮৮৩ - খলিল জিব্ৰান, লেবাননত জন্মগ্ৰহণ কৰা বিখ্যাত আমেৰিকান লেখক।
- ১৯৬৬ খৃঃ - এ আৰ ৰহমান, অস্কাৰ বঁটা বিজয়ী ভাৰতীয় সংগীত পৰিচালক।
- ১৯৫৫ - ৰোৱান এট্কিন্চন, 'মিষ্টাৰ বিন'খ্যাত প্ৰসিদ্ধ অভিনেতা।
- ১৯৫৯ - কপিল দেৱ, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক।
- ১৯৬৭ - এ আৰ ৰহমান, ভাৰতীয় সঙ্গীত পৰিচালক।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৫২ - লুই ব্ৰেইল, অন্ধসকলৰ শিক্ষা পদ্ধতিৰ আৱিষ্কাৰক। (জন্ম: ০৪/০১/১৮০৯)
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৬ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|