২২ মে'
Jump to navigation
Jump to search
[[]] | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ৩১ | |||||
২০২১ |
২২ মে' (ইংৰাজী: 22 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪২তম (অধিবৰ্ষত ১৪৩তম) দিন। বছৰ শেষ হ'বলৈ ২২৩ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলী[সম্পাদনা কৰক]
- ১৭৬২ – ছুইডেন আৰু প্ৰুছিয়াই হামবাৰ্গ চুক্তিত সাক্ষৰ কৰে।
- ১৮৪৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে “লাইফ ব’ট”ৰ পেটেণ্ট লাভ কৰে। যিকোনো আবিস্কাৰৰ পেটংণ্ট লাভ কৰা তেঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি।
- ১৯০৬ – ৰাইট ভাতৃদ্বয়ে “উৰন্ত সৰঞ্জাৰ (Flying-Machine)”ৰ পেটেণ্ট লাভ কৰে।
- ১৯৯০ – উত্তৰ আৰু দক্ষিণ উনান সংযুক্ত হৈ নতুন য়ুনান গণতন্ত্ৰৰ প্ৰতিস্থা কৰে।
- ২০০০ – শ্ৰীলংকাত জাফানা অধিকাৰ কৰা প্ৰায় ১৫০ জনতকৈ অধিক সন্ত্ৰাসবাদী হত্যা কৰা হয়।
জন্ম[সম্পাদনা কৰক]
- ১৭৭২ – ৰাম মোহন ৰয়, ভাৰতীয় দাৰ্শনিক, সমাজ সংস্কাৰক (মৃত্যু ১৮৩৩ চন)
- ১৯২০ – থমাছ গল্ড, অষ্ট্ৰেলিয়ান-আমেৰিকান বিজ্ঞানী (মৃত্যু ২০০৪ চন)
মৃত্যু[সম্পাদনা কৰক]
- ১৫৪৫ – শ্বেৰ ছাহ ছুৰী, ভাৰতৰ শাসক (জন্ম ১৪৮৬ চন)
দিৱস[সম্পাদনা কৰক]
- গণতন্ত্ৰ দিৱস (শ্ৰীলংকা)
|