১৩ জানুৱাৰী
Jump to navigation
Jump to search
১৩ জানুৱাৰী (ইংৰাজী: 13 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ত্ৰয়োদশ দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫২টা দিন (অধিবৰ্ষত ৩৫৩টা দিন) বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৮৮৯ খৃঃ - অসমীয়া বাৰ্তালোচনী "জোনাকী"ৰ প্ৰথম সংস্কৰণ প্ৰকাশ।
জন্ম[সম্পাদনা কৰক]
- ১৮৭৫ খৃঃ - এলবাৰ্ট লেমোৰিচ, ফ্ৰান্সৰ চলচ্চিত্ৰ নিৰ্দেশক।
- ১৯০৫ চন- উপেন্দ্ৰচন্দ্ৰ লেখাৰু, অসমৰ সাহিত্যিক, শিক্ষাবিদ
- ১৯৪৯ চনৰ আজিৰ দিনটোত, ভাৰতৰ প্ৰথমজন মহাকাশচাৰী ৰাকেশ শৰ্মাৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- হৰিপ্ৰসাদ বৰুৱা, স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৩ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|