৩০ ডিচেম্বৰ
অৱয়ব
| ডিচেম্বৰ | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | |
| ৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
| ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
| ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
| ২৮ | ২৯ | ৩০ | ৩১ | |||
| ২০২৫ | ||||||
৩০ ডিচেম্বৰ (ইংৰাজী: 30 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৬৪তম (অধিবৰ্ষত ৩৬৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯২২ - ৰাছিয়াৰ নতুন নাম ছোভিয়েট যুক্তৰাষ্ট্ৰ হয়।[1]
- ১৯০৬ - সৰ্বভাৰতীয় মুছলিম লীগ প্ৰতিষ্ঠা কৰা হয়।[1]
জন্ম
[সম্পাদনা কৰক]- ১৮৬৫ - ৰুডিয়াৰ্ড কিপলিং, ন'বেল বঁটা বিজয়ী ভাৰতীয়-ইংৰাজ সাহিত্যিক।
- ১৮৮৭ - কে এম মুন্সী, ভাৰতীয় বিদ্যাভৱনৰ প্ৰতিষ্ঠাতা।
- ১৯১৬ - এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম, ভাৰতীয় মডেল, অভিনেত্ৰী, আৰু হিন্দী ছবি জগতৰ প্ৰথমগৰাকী মহিলা প্ৰযোজক।
- ১৯৩০ - তু ইউইউ, চীনা চিকিৎসা বিজ্ঞানী, চিকিৎসা ৰসায়নবিদ আৰু প্ৰশিক্ষক।
- ১৯৭৭ - লাইলা আলী, আমেৰিকান বক্সাৰ আৰু অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৭১ - বিক্ৰম সাৰাভাই, ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ।
- ২০০৭ - কিংকৰী দেৱী, ভাৰতীয় কৰ্মী আৰু পৰিৱেশবিদ।
- ২০১৮ - মৃণাল সেন, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
দিৱস
[সম্পাদনা কৰক]- ৰিজাল দিৱস (ফিলিপাইন)।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "নিয়মীয়া বাৰ্তা , ৩০ ডিচেম্বৰ, ২০১৮;". Archived from the original on 2019-01-01. https://web.archive.org/web/20190101082215/http://www.niyomiyabarta.org/30122018/index.php। আহৰণ কৰা হৈছে: 2018-12-30.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৩০ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
| ||||||||||||||||||||||||||||||||||||||||||||