৮ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
 ১৮  ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮

৮ ফেব্ৰুৱাৰী (ইংৰাজী8 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৯তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৬ টা দিন (অধিবৰ্ষত ৩২৭টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

জন্ম[সম্পাদনা কৰক]

  • ১৮২৮ –ফ্ৰান্সৰ কবি, সাহিত্যিক আৰু চিত্ৰনাট্য লেখক জুল ভাৰ্ণেৰ জন্ম হৈছিল (মৃত্যু ১৯০৫)
  • ১৮৯৭ –ভাৰতৰ ৩য় প্ৰধানমন্ত্ৰী, শিক্ষাবিদ আৰু ৰাজনৈতিক নেতা জাকিৰ হুছেইনৰ জন্ম হৈছিল (মৃত্যু ১৯৬৯)
  • ১৯৪১ –ভাৰতৰ বিখ্যাত গায়ক-গীতিকাৰ জগজিৎ সিঙৰ জন্ম হৈছিল (মৃত্যু ২০১১)

মৃত্যু[সম্পাদনা কৰক]

  • ২০১৭ –ইংলেণ্ডৰ ন'বেল পুৰস্কাৰ প্ৰাপ্ত চিকিৎসক পিটাৰ মেন্সফিল্ডৰ মৃত্যু হৈছিল (জন্ম ১৯৩৩)

দিৱস[সম্পাদনা কৰক]

  • পৰিনিৰ্ৱান দিৱস (কিছু মহাযান বৌদ্ধ পৰম্পৰাত প্ৰায়ে ১৫ ফেব্ৰুৱাৰীত পালন কৰা হয়)
  • প্ৰিছেৰেণ দিৱস (শ্লভেনিয়াৰ ৰাষ্টীয় কবি ফ্ৰেন্স প্ৰিছেৰেশৰ মৃত্যুবাৰ্ষিকী)
  • প্ৰেম-প্ৰস্তাৱ দিৱস (Propose Day)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]