২৭ এপ্ৰিল (ইংৰাজী: 27 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৭তম (অধিবৰ্ষত ১১৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৮টা দিন বাকী থাকে।
- ১৯৩৪ - ভাৰতীয় বিজ্ঞান একাডেমী প্ৰতিষ্ঠা কৰা হয়।
- ১৯৯৪ - দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস।
- ২০২৫ – ভাৰতীয় নৌসেনাই দীঘলপৰিসৰৰ ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰে, আৰু প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদ সমৰ্থনৰ অভিযোগ তোলে।[1]
- ১৯১২ - জোহৰা ছেহগল, ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী।
- ১৯৮৩ - ক'কে, স্পেইনৰ পেছাদাৰী ফুটবল খেলুৱৈ।
- ২০০৯ - ফিৰোজ খান, ভাৰতীয় অভিনেতা।
- ২০০৯ - জিয়াউৰ ৰহমান, ভাৰতীয় চিকাৰী।
- ২০১৭- দিলীপ কুমাৰ বৰুৱা, শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ।
- ২০১৭- বিনোদ খান্না, ভাৰতীয় অভিনেতা।
- ২০২১ - মনোজ দাস, ভাৰতীয় লেখক।