২৪ জুলাই
Jump to navigation
Jump to search
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২১ |
২৪ জুলাই (ইংৰাজী: 24 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৫তম (অধিবৰ্ষত ২০৬তম) দিন। বছৰ শেষ হ'বলৈ ১৬০ দিন বাকী থাকে।
জন্ম[সম্পাদনা কৰক]
- ১৮৯৭ চনৰ এই দিনটোতে প্ৰখ্যাত মহিলা বৈমাণিক আমেলি ইয়াৰহাৰ্টৰ আমেৰিকাত জন্ম হৈছিল। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
- ১৮০২ চনৰ এই দিনটোতে ফৰাচী ঔপন্যাসিক আলেকজেণ্ডাৰ ডুমাৰ জন্ম হৈছিল।
- ১৯৫২ চনৰ আজিৰ দিনটোতে বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ জন্ম হৈছিল
মৃত্যু[সম্পাদনা কৰক]
- ১৯৭৪ বৰ্ষৰ এই দিনটোতে পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) নিউট্ৰণৰ আৱিষ্কাৰক জেমছ ছেডউইকৰ মৃত্যু হয়।
- ১৯৮০ চনৰ এই দিনটোতে বঙালী বোলছবিৰ খ্যাতিমান অভিনেতা উত্তম কুমাৰ চট্টোপাধ্যায়ৰ মৃত্যু হয়।
ইত্যাদি[সম্পাদনা কৰক]
- ২০০৭ চনৰ এই দিনটোতে ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে শপত গ্ৰহণ কৰে।
- এই দিনটোতে সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৰমন মেগছেছে বঁটা ঘোষণা কৰা হয়।
- ১৯৯৭ চনৰ এই দিনটোতে প্ৰাক্তন প্ৰধান মন্ত্ৰী গুলজাৰিলাল নন্দা আৰু অৰুণা আছফ আলিলৈ (মৰণোত্তৰভাৱে) ভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
- ১৯৮৫ বৰ্ষৰ এই দিনটোতে ৰাজীৱ গান্ধী আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাব চুক্তি স্বাক্ষৰিত হয়।
- ১৯৮৩ চনৰ এই দিনটোতে প্ৰখ্যাত অভিনেতা মহাদেৱী বৰ্মালৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
- আজি ইজিপ্টৰ ৰাষ্ট্ৰীয় দিৱস।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৪ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|