গুলজাৰিলাল নন্দা
Jump to navigation
Jump to search
গুলজাৰিলাল নন্দা | |
---|---|
ভাৰতৰ অন্তৰ্বৰ্তীকালিন প্ৰধান মন্ত্ৰী | |
কাৰ্যকাল ১১ জানুৱাৰী ১৯৬৬ – ২৪ জানুৱাৰী ১৯৬৬ | |
ৰাষ্ট্ৰপতি | সৰ্বপল্লী ৰাধাকৃষ্ণন |
পূৰ্বসূৰী | লাল বাহাদুৰ শাস্ত্ৰী |
উত্তৰসূৰী | ইন্দিৰা গান্ধী |
কাৰ্যকাল ২৭ মে' ১৯৬৪ – ৯ জুন ১৯৬৪ | |
ৰাষ্ট্ৰপতি | সৰ্বপল্লী ৰাধাকৃষ্ণন |
পূৰ্বসূৰী | জৱাহৰলাল নেহৰু |
উত্তৰসূৰী | লাল বাহাদুৰ শাস্ত্ৰী |
Minister of Home Affairs | |
কাৰ্যকাল ২৯ আগষ্ট ১৯৬৩ – ১৪ নবেম্বৰ ১৯৬৬ | |
প্ৰধানমন্ত্ৰী | জৱাহৰলাল নেহৰু লাল বাহাদুৰ শাস্ত্ৰী ইন্দিৰা গান্ধী |
পূৰ্বসূৰী | লাল বাহাদুৰ শাস্ত্ৰী |
উত্তৰসূৰী | যছৱন্তৰাও চাভান |
ব্যক্তিগত তথ্য | |
জন্ম | ৪ জুলাই, ১৮৯৮ ছিয়ালকোট, পঞ্জাব, ব্ৰিটিছ ভাৰত (বৰ্তমান পঞ্জাব, পাকিস্তান) |
মৃত্যু | ১৫ জানুৱাৰী, ১৯৯৮ (৯৯ বছৰ) আহমেদাবাদ, গুজৰাট, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | লক্ষ্মী |
সন্তান | ২ জন পুত্ৰ আৰু ১ গৰাকী কন্যা |
শিক্ষানুষ্ঠান | এলাহবাদ বিশ্ববিদ্যালয় |
গুলজাৰিলাল নন্দা (ইংৰাজী: Gulzarilal Nanda; ৪ জুলাই ১৮৯৮ – ১৫ জানুৱাৰী ১৯৯৮)[1][2] আছিল ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ৷ ১৯৬৪ চনত জৱাহৰলাল নেহৰু আৰু ১৯৬৬ চনত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ বাবে তেখেত দুবাৰকৈ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধান মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা নিৰ্বাচিত নতুন প্ৰধান মন্ত্ৰীৰ কাৰ্যকালৰ জৰিয়তে তেওঁৰ দুয়োটা কাৰ্যকালৰ অন্ত পৰিছিল। ১৯৯৭ চনত তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Rediff On The NeT: Former PM Gulzarilal Nanda dead". Rediff.com. http://www.rediff.com/news/1998/jan/15nan.htm। আহৰণ কৰা হৈছে: 2015-05-25.
- ↑ Disha Experts (10 July 2017). General Awareness for SSC Exams - CGL/ CHSL/ MTS/ GD Constable/ Stenographer. Disha Publications. পৃষ্ঠা. 2–. ISBN 978-93-86323-29-3. https://books.google.com/books?id=NrctDwAAQBAJ&pg=SL2-PA90.