আহমেদাবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আহমেদাবাদ
Ahmedabad

અમદાવાદ
—  মহানগৰ  —
Ahmedabad montage new1.pngঘড়ী কাঁটাৰ দিশত ক্ৰমে: সাবৰমতী আশ্ৰমত থকা গান্ধী স্মাৰক সংগ্ৰাহলয়, আহমেদাবাদ ৰে'ল ষ্টেশ্যন, চিইপিটি বিশ্ববিদ্যালয়, কংকৰীয়া হ্ৰদ আৰু হঠীছিং মন্দিৰত থকা কীৰ্তি স্তম্ভ
আহমেদাবাদ Ahmedabad is located in Gujarat
আহমেদাবাদ
Ahmedabad
গুজৰাট ৰাজ্যৰ মানচিত্ৰত আহমেদাবাদৰ অৱস্থান
ভৌগোলিক স্থানাংক: 23°13′N 72°41′E / 23.217°N 72.683°E / 23.217; 72.683
দেশ  ভাৰত
ৰাজ্য গুজৰাট
জিলা আহমেদাবাদ
স্থাপন * ১১ শতিকাত অশ্বাৱল হিচাপে
  • ১৪১১ চনৰ ২৬ ফেব্ৰুৱাৰীত আহমেদাবাদ হিচাপে
চৰকাৰ
 - প্ৰকাৰ মেয়ৰ–কাউঞ্চিল
 - পৰিষদ এএমচি
 - মেয়ৰ বিজল পেটেল (বিজেপি)[1]
মাটিকালি
 - মহানগৰ ৪৬৪.১৬ কি.মি. 
(১৭৯.২ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক গুজৰাটৰ প্ৰথম
উচ্চতা[2] ৫৩ মিটাৰ (১৭৩.৮৮ ফুট)
জনসংখ্যা (২০১১)[3][3]
 - মহানগৰ ৫৬,৩৩,৯২৭ জন
 - স্থান ৫thতম
 - জনঘনত্ব ১২,১৩৭.৯ প্ৰতি বৰ্গ কি.মি. 
(৩১,৪৩৭ প্ৰতি বৰ্গ মাইল)
 - চহৰাঞ্চল[4] ৬৩,৫৭,৬৯৩ জন
ভাষা
 - আধিকাৰীক গুজৰাটী
 - অতিৰিক্ত  আধিকাৰীক হিন্দী আৰু ইংৰাজী
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
পিনক'ড(সমূহ) 380 0XX
অঞ্চল কোড 079
যানবাহনৰ নম্বৰ GJ-01 (পশ্চিম), GJ-27 (পূব),[উদ্ধৃতিৰ প্ৰয়োজন], GJ-38 বাভলা (গ্ৰাম্য)
লিংগ অনুপাত 1.11[5] /
সাক্ষৰতাৰ হাৰ 89.62[3]
উৎস: ভাৰতৰ লোকপিয়ল[6]

আহমেদাবাদ ভাৰতগুজৰাট ৰাজ্যৰ বৃহত্তম তথা পূৰ্বৰ ৰাজধানী চহৰ। ই আহমেদাবাদ জিলাৰ সদৰ আৰু গুজৰাট উচ্চ ন্যায়ালয় ইয়াতেই অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৫,৬৩৩,৯২৭জন। এই হিচাপে ই ভাৰতৰ পঞ্চম বৃহত্তম চহৰ আৰু আনুমানিক ৬,৩৫৭,৬৯৩জন লোকৰ সৈতে ই ভাৰতৰ সপ্তম বৃহত্তৰ মেট্ৰ'প'লিটান এলেকা।[7][8] আহমেদাবাদ সাবৰমতী নদীৰ পাৰত, গুজৰাটৰ ৰাজধানী গান্ধীনগৰৰ পৰা ৩০ কিলোমিটাৰ (১৯ মাইল) দূৰৈত অৱস্থিত।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Bijal Patel appointed city Mayor". Ahmedabad Mirror. 15 June 2018. https://ahmedabadmirror.indiatimes.com/ahmedabad/others/bijal-patel-appointed-city-mayor/articleshow/64593445.cms. 
  2. "About The Corporation: Ahmedabad Today". Ahmdabad Municipal Corporation. Archived from the original on 25 April 2018. https://web.archive.org/web/20180425114642/https://ahmedabadcity.gov.in/portal/jsp/Static_pages/about_amc.jsp। আহৰণ কৰা হৈছে: 24 April 2018. 
  3. 3.0 3.1 3.2 "Ahmedabad City Census 2011 data". Archived from the original on 18 May 2014. https://web.archive.org/web/20140518023223/http://www.census2011.co.in/census/city/314-ahmedabad.html। আহৰণ কৰা হৈছে: 28 May 2014. 
  4. "Gujarāt (India): State, Major Agglomerations & Cities – Population Statistics in Maps and Charts". Archived from the original on 30 April 2016. https://web.archive.org/web/20160430115558/http://www.citypopulation.de/India-Gujarat.html. 
  5. "Distribution of Population, Decadal Growth Rate, Sex-Ratio and Population Density". 2011 census of India. Government of India. Archived from the original on 13 November 2011. https://web.archive.org/web/20111113182831/http://www.censusindia.gov.in/2011-prov-results/data_files/gujarat/table-1.xls। আহৰণ কৰা হৈছে: 21 March 2012. 
  6. "Ahmedabad (Ahmedabad) District : Census 2011 data". census2011. Archived from the original on 12 June 2014. https://web.archive.org/web/20140612111531/http://www.census2011.co.in/census/district/188-ahmadabad.html। আহৰণ কৰা হৈছে: 28 May 2014. 
  7. "India: States and Major Agglomerations – Population Statistics, Maps, Charts, Weather and Web Information". citypopulation.de. 29 September 2016. Archived from the original on 17 December 2014. https://web.archive.org/web/20141217011539/http://citypopulation.de/India-Agglo.html. 
  8. "Major Agglomerations of the World – Population Statistics and Maps". citypopulation.de. 1 January 2017. Archived from the original on 2 April 2016. https://web.archive.org/web/20160402222958/http://citypopulation.de/world/Agglomerations.html.