আহমেদাবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


আহমেদাবাদ
Ahmedabad

અમદાવાદ
—  মহানগৰ  —
ঘড়ী কাঁটাৰ দিশত ক্ৰমে: সাবৰমতী আশ্ৰমত থকা গান্ধী স্মাৰক সংগ্ৰাহলয় , আহমেদাবাদ ৰে'ল ষ্টেশ্যন, চিইপিটি বিশ্ববিদ্যালয়, কংকৰীয়া হ্ৰদ আৰু হঠীছিং মন্দিৰত থকা কীৰ্তি স্তম্ভ
আহমেদাবাদ Ahmedabad is located in Gujarat
আহমেদাবাদ
Ahmedabad
গুজৰাট ৰাজ্যৰ মানচিত্ৰত আহমেদাবাদৰ অৱস্থান
ভৌগোলিক স্থানাংক: 23°13′N 72°41′E / 23.217°N 72.683°E / 23.217; 72.683
দেশ  ভাৰত
ৰাজ্য গুজৰাট
জিলা আহমেদাবাদ
স্থাপন * ১১ শতিকাত অশ্বাৱল হিচাপে
  • ১৪১১ চনৰ ২৬ ফেব্ৰুৱাৰীত আহমেদাবাদ হিচাপে
চৰকাৰ
 - প্ৰকাৰ মেয়ৰ–কাউঞ্চিল
 - পৰিষদ এএমচি
 - মেয়ৰ বিজল পেটেল (বিজেপি)[1]
মাটিকালি
 - মহানগৰ ৪৬৪.১৬ কি.মি. 
(১৭৯.২ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক গুজৰাটৰ প্ৰথম
উচ্চতা[2] ৫৩ মিটাৰ (১৭৩.৮৮৪৫১৪৪৩৫৭ ফুট)
জনসংখ্যা (২০১১)[3][3]
 - মহানগৰ ৫৬,৩৩,৯২৭ জন
 - স্থান [তম
 - জনঘনত্ব ১২,১৩৭.৯ প্ৰতি বৰ্গ কি.মি. 
(৩১,৪৩৭ প্ৰতি বৰ্গ মাইল)
 - চহৰাঞ্চল[4] ৬৩,৫৭,৬৯৩ জন
ভাষা
 - আধিকাৰীক গুজৰাটী
 - অতিৰিক্ত আধিকাৰীক হিন্দী আৰু ইংৰাজী
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
পিনক'ড(সমূহ) 380 0XX
অঞ্চল কোড 079
যানবাহনৰ নম্বৰ GJ-01 (পশ্চিম), GJ-27 (পূব),[উদ্ধৃতিৰ প্ৰয়োজন], GJ-38 বাভলা (গ্ৰাম্য)
লিংগ অনুপাত 1.11[5] /
সাক্ষৰতাৰ হাৰ 89.62[3]
উৎস: ভাৰতৰ লোকপিয়ল[6]

আহমেদাবাদ ভাৰতগুজৰাট ৰাজ্যৰ বৃহত্তম তথা পূৰ্বৰ ৰাজধানী চহৰ। ই আহমেদাবাদ জিলাৰ সদৰ আৰু গুজৰাট উচ্চ ন্যায়ালয় ইয়াতেই অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৫,৬৩৩,৯২৭জন। এই হিচাপে ই ভাৰতৰ পঞ্চম বৃহত্তম চহৰ আৰু আনুমানিক ৬,৩৫৭,৬৯৩জন লোকৰ সৈতে ই ভাৰতৰ সপ্তম বৃহত্তৰ মেট্ৰ'প'লিটান এলেকা।[7][8] আহমেদাবাদ সাবৰমতী নদীৰ পাৰত, গুজৰাটৰ ৰাজধানী গান্ধীনগৰৰ পৰা ৩০ কিলোমিটাৰ (১৯ মাইল) দূৰৈত অৱস্থিত।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Bijal Patel appointed city Mayor". Ahmedabad Mirror. 15 June 2018. https://ahmedabadmirror.indiatimes.com/ahmedabad/others/bijal-patel-appointed-city-mayor/articleshow/64593445.cms. 
  2. "About The Corporation: Ahmedabad Today". Ahmdabad Municipal Corporation. https://ahmedabadcity.gov.in/portal/jsp/Static_pages/about_amc.jsp. 
  3. 3.0 3.1 3.2 "Ahmedabad City Census 2011 data". Archived from the original on 18 May 2014. https://web.archive.org/web/20140518023223/http://www.census2011.co.in/census/city/314-ahmedabad.html। আহৰণ কৰা হৈছে: 28 May 2014. 
  4. "Gujarāt (India): State, Major Agglomerations & Cities – Population Statistics in Maps and Charts". Archived from the original on 30 April 2016. https://web.archive.org/web/20160430115558/http://www.citypopulation.de/India-Gujarat.html. 
  5. "Distribution of Population, Decadal Growth Rate, Sex-Ratio and Population Density". 2011 census of India. Government of India. Archived from the original on 13 November 2011. https://web.archive.org/web/20111113182831/http://www.censusindia.gov.in/2011-prov-results/data_files/gujarat/table-1.xls। আহৰণ কৰা হৈছে: 21 March 2012. 
  6. "Ahmedabad (Ahmedabad) District : Census 2011 data". census2011. Archived from the original on 12 June 2014. https://web.archive.org/web/20140612111531/http://www.census2011.co.in/census/district/188-ahmadabad.html। আহৰণ কৰা হৈছে: 28 May 2014. 
  7. "India: States and Major Agglomerations – Population Statistics, Maps, Charts, Weather and Web Information". citypopulation.de. 29 September 2016. Archived from the original on 17 December 2014. https://web.archive.org/web/20141217011539/http://citypopulation.de/India-Agglo.html. 
  8. "Major Agglomerations of the World – Population Statistics and Maps". citypopulation.de. 1 January 2017. Archived from the original on 2 April 2016. https://web.archive.org/web/20160402222958/http://citypopulation.de/world/Agglomerations.html.