২৪ মে'
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২২ |
২৪ মে' (ইংৰাজী: 24 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৪তম (অধিবৰ্ষত ১৪৫তম) দিন। বছৰ শেষ হ'বলৈ ২২১ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলী[সম্পাদনা কৰক]
- ২০১৩ - মণীষ কুমাৰ ডেকাই মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা দ্বিতীয়জন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।
জন্ম[সম্পাদনা কৰক]
- ১৬৮৬ - ডেনিয়েল গেব্ৰীয়েল ফাৰেণহাইট, নেদাৰলেণ্ডৰ (হলেণ্ড) ভৌতিক বিজ্ঞানী, ফাৰেণহাইট তাপ-স্কেল আৰু মাৰ্কুৰীথাৰ্মোমিটাৰৰ বাবে জনাজাত। (মৃত্য়ুঃ ১৭৩৬)
- ১৯৮৮ - থোনাকল গোপী, ভাৰতীয় এথলেট।
মৃত্যু[সম্পাদনা কৰক]
- ১৫৪৩ - নিকোলাচ কপাৰনিকাচ, পোলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী, 'পৃথিৱী সৌৰজগতৰ কেন্দ্ৰ নহয়, বৰং সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ'-এই কথাষাৰৰ আৱিষ্কাৰক।
- ১৯৮৫ - কুমাৰ কিশোৰ, অসমৰ এগৰাকী ঔপন্যাসিক। তেখেতৰ প্ৰকৃত নাম আছিল কিশোৰী মোহন শৰ্মা। (জন্ম: ১৯৮৫)
- ২০১১ - কবীন ফুকন, অসমীয়া কবি-সাহিত্যিক, সমালোচক আৰু শিক্ষাবিদ (জন্ম: ১৯৪৬ চন)।
দিৱস[সম্পাদনা কৰক]
- আন্তর্জাতিক ভাতৃ দিৱস।
অন্যান্য তথ্য[সম্পাদনা কৰক]
|