২ এপ্ৰিল
Jump to navigation
Jump to search
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | |
২০২১ |
২ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯২তম (অধিবৰ্ষত ৯৩তম) দিন। বছৰ শেষ হৰলৈ আৰু ২৭৩ দিন বাকী থাকে।
- উল্লেথযোগ্য ঘটনা
- ১৯০২ - ল'জ এঞ্জেলছত সংযুক্ত ৰাষ্ট্ৰৰ প্ৰথম পূৰ্ণাংগ মুভী থিয়েটাৰ, ইলেক্ট্ৰিক থিয়েটাৰৰ মুকলি।
- ১৯১২ - সমুদ্ৰত আৰ. এম. এছ. টাইটানিকৰ পৰীক্ষণ।
- ২০১৩ - কলকাতাৰ ছল্ট লে'ক ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ২০১৩ৰ উদ্বোধন।
- ২০১৫ - গাৰিছা ইউনিভাৰ্চিটি কলেজত এজন বন্দুকধাৰীৰ আক্ৰমণ, প্ৰায় ১৪৮ জন লোক নিহত আৰু অন্য ৭৯ জন আহত।
- জন্ম
- ১৬১৪ - জাহানাৰা বেগম, ছাহ জাহানৰ কণ্যা।
- ১৮৬২ - নিকোলাছ মাৰী বুটলাৰ, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান দাৰ্শনিক।
- ১৮৯৮ - হৰিন্দ্ৰনাথ চট্ৰোপাধ্যায়, ভাৰতীয় কবি, অভিনেতা আৰু ৰাজনীতিক।
- ১৯৬৯ - অজয় দেৱগন, ভাৰতীয় অভিনেতা।
- মৃত্যু
- ১৯১৪ - পল হেইজ, ন'বেল বঁটা প্ৰাপ্ত জাৰ্মান লেখক, কৰি আৰু অনুবাদক।
- ১৯২৮ - থিয়ডাৰ ৱিলিয়াম ৰিছাৰ্ড, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান ৰসায়নবিদ।
- ১৯৩৩ - ৰঞ্জিৎ সিং, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৯৫ - হানেছ এল্ফভেন, ন'বেল বঁটা প্ৰাপ্ত ছুইছ পদাৰ্থবিদ আৰু অভিযন্তা।
- দিৱস
- আন্তঃৰাষ্ট্ৰীয় শিশুৰ গিৰন্থ দিৱস - আন্তঃৰাষ্ট্ৰীয়
- আন্তঃৰাষ্ট্ৰীয় শালীনতা সজাগতা দিৱস - আন্তঃৰাষ্ট্ৰীয়
- মালভিনাছ দিৱস - আৰ্জেনটিনা
- থাই ঐতিহ্য সংৰক্ষণ দিৱস - থাইলেণ্ড
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|