২০ ডিচেম্বৰ
Jump to navigation
Jump to search
২০ ডিচেম্বৰ (ইংৰাজী: 20 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৫৪ তম (অধিবৰ্ষত ৩৫৫ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সমপৰ্যায়ৰ ৰাষ্ট্ৰীয় সংগীতৰ সমমৰ্যাদাসম্পন্ন গীত বন্দে মাতৰম্ ৰচনা হয় ১৮৭৯ চনৰ আজিৰ দিনটোতে। এই গীতটোৰ ৰচক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়।
- ১৮৭৯ চনৰ আজিৰ দিনটোত টমাছ আলভা এডিচনে বৈদ্যুতিক চাকিৰ প্ৰথম নমুনা ৰাজহুৱা ভাৱে প্ৰকাশ কৰে।
- আজিৰ দিনটোতে ১৭৫৭ চনত ৰবাৰ্ট ক্লাইভ বংগৰ গৱৰ্নৰ হয়।
জন্ম[সম্পাদনা কৰক]
- ১৯৭০ চনৰ আজিৰ দিনটোত বলীউদ অভিনেতা ছহেইল খানৰ জন্ম হয়।
মৃত্যু[সম্পাদনা কৰক]
- ১৫৯০ চনৰ আজিৰ দিনটোতে আধুনিক শৈল চিকিৎসাৰ জনক ৰূপে অভিহিত তথা প্ৰখ্যাত চিকিৎসক আমৰায় পৰীৰ মৃত্যু হয়।
- ১৯৭৩ চনৰ আজিৰ দিনটোত সেইসময়ৰ স্পেইনৰ প্ৰধানমন্ত্ৰী এডমিৰেল লুই কেৰেৰা ব্লেঙ্কক' মেদ্ৰিদত সংগঠিত এক কাৰ বিস্ফোৰণত নিহত হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২০ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|